DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেহৰ প্ৰতিটো অংগ দান কৰাৰ কথা ঘোষণা এগৰাকী বলীউদ অভিনেতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 21, 2019 10:50 am
boseee_1568995731_618x347

অভিনেতা ৰাহুল বোস। ফাইল ফটো

1.1k
VIEWS
Share on FacebookShare on Twitter

দেহৰ এটা এটা অংগ দান কৰাৰ বাবে প্ৰস্তুত হোৱাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে এগৰাকী বলীউদৰ অভিনেতাই।

অভিনেতা-পৰিচালক তথা খেলুৱৈ ৰাহুল বোসে তেওঁৰ শৰীৰৰ এটা এটা অংগ দান কৰাৰ সিদ্ধান্ত লৈছে।

সংবাদ প্ৰতিষ্ঠানৰ আগত বোসে ঘোষণা কৰিছে যে তেওঁৰ শৰীৰ প্ৰতিটো অংগ দান কৰি তেওঁ আনন্দিত।

নিজৰ শৰীৰৰ হাড়, পেশী আৰু চকুৰ পৰা আৰম্ভ কৰি দেহৰ প্ৰতিটো অংগই তেওঁ দান কৰিব।

বৰ্তমান ৫২ বছৰীয়া অভিনেতাগৰাকীয়ে অহা ২৪ ছেপ্টেম্বৰত দিল্লীত চি আই আই ইণ্ডিয়ান উইমেন নেটৱৰ্ক আৰু ইয়ং ইণ্ডিয়ানছ’ৰ দিল্লী  শাখাৰ দ্বাৰা আয়োজন কৰা এক আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকিব।

উক্ত দিনাই বোসে আনুষ্ঠানিকভাৱে অংগ দানৰ চুক্তিত স্বাক্ষৰ কৰিব।

অংগদান সম্পৰ্কত অভিনেতাগৰাকীয়ে কয় যে এয়া মোৰ বাবে বহুত সহজ। মই এনে কোনো কাম কৰিব বিচাৰো যাৰ দ্বাৰা কোনো মানুহৰ জীৱন উপকৃত হয়।

তেওঁ লগতে কয় যে বিগত ১৪ বছৰে তেওঁ এনেধৰণৰ অভিযানৰ সৈতে জড়িত হৈ আছে। গতিকে, ‘মই যদি মোৰ অংগ দান কৰি কোনো লোকক সহায় কৰিব পাৰো তেনেহ’লে মোৰ ইয়াত কোনো চিন্তাৰ কাৰণ নাই।‘

‘’আপোনাৰ যদি মৃত্যু হয় আৰু আপোনাৰ শৰীৰৰ অংগই আপোনাৰ মৃত্যুৰ পাছত ৮-৯জন লোকক সহায় কৰিব পাৰে তেতিয়াহ’লে এয়া যিকোনো লোকৰ বাবে এটা ভাল কাম,’’-তেওঁ কয়।

ৰাহুল বোসে অংগদান কাৰ্য ভাৰতত বিস্তাৰিত হোৱাটো বিচাৰে। তেওঁ কয় যে,’’মই বিচাৰিম যাতে মোৰ এই প্ৰয়াসৰ ফলত অংগদানক লৈ জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি পায় আৰু ভয়, শংকা, চিন্তাৰ পৰা মুক্ত হৈ এই পৱিত্ৰ কামত আগবাঢ়ি আহে।‘’

উল্লেখযোগ্য যে ৰাহুল বোসে শিশুৰ শিক্ষা আৰু শিশুৰ যৌন উৎপীড়ন প্ৰতিৰোধৰ বিষয়ত তেওঁৰ ফাউণ্ডেশ্যনৰ জৰিয়তে সহায় আগবঢ়াই আহিছে।

Recent News

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd