• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰহস্যজনক অৱস্থাত উদ্ধাৰ ‘দ্য ডাৰ্টি পিকচাৰ’ৰ অভিনেত্ৰীৰ মৃতদেহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 12, 2020 2:16 pm

2 min read

arya_571_855
623
VIEWS
Share on FacebookShare on Twitter

বলীউডত যেন কালিকা লাগিছে।

কোনো অভিনেতা-অভিনেত্ৰী যদি জটিল ৰোগত আক্ৰান্ত হৈছে, কোনোৱোই আকৌ ৰহস্যজনক ভাবে মৃত্যুক সাৱটি লৈছে।

শেহতীয়াকৈ পুনৰ বলীউডৰ আন এগৰাকী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

‘দ্য ডাৰ্টি পিকচাৰ’ ছবিৰ জৰিয়তে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰী আৰিয়া বন্দোপাধ্যায়ৰ মৃতদেহ কলকাতাৰ নিজা ফ্লেটৰ পৰা উদ্ধাৰ হৈছে।

যোধপুৰ পাৰ্কত থকা ফ্লেটত কাম কৰা এগৰাকী মহিলাই অভিনেত্ৰীগৰাকীৰ মৃতদেহ প্ৰথমে প্ৰত্যক্ষ কৰে।

মৃতদেহ উদ্ধাৰ হোৱা কোঠাটোত বহু তেজ লগা টিছু পেপাৰ পৰি থকাৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।

অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীলৈ গৈ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে অভিনেত্ৰীগৰাকীৰ কোঠাটোৰ পৰা বহু কেইটা মদৰ বটল উদ্ধাৰ কৰিছে। সন্দেহ কৰা মতে অভিনেত্ৰী আৰিয়াই নিতৌ প্ৰচুৰ পৰিমাণে মদ্যপান কৰিছিল।

আৰক্ষীয়ে আৰিয়াৰ কোঠাৰ পৰা কেতবোৰ চিকিৎসা সম্পৰ্কীয় নথি-পত্ৰও উদ্ধাৰ কৰিছে।

নথি-পত্ৰ সমূহৰ পৰা এই কথা নিশ্চিত কৰা হৈছে যে অভিনেত্ৰী আৰিয়া বহু দিনৰে পৰা হেপাটাইটিছ-বিত আক্ৰান্ত হৈ আছিল। মাজে সময়ে তেওঁৰ নাক আৰু মুখৰ পৰা তেজ ওলাইছিল।

যোৱা নিশাও হয়তো অভিনেত্ৰীগৰাকীৰ নাক-মুখৰ পৰা তেজ ওলাইছিল আৰু তেওঁ টিছু পেপাৰেৰে সেয়া মচিছিল।

অৱশ্যে তদন্তৰ পিছতহে সকলো কথা পোহৰলৈ আহিব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।ফ্লেটটোত আৰিয়াই অকলে বাস কৰিছিল।

Recent News

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd