• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘মই মৃত্যুশয্যাত’-এইদৰে লিখি পৃথিৱীৰ পৰা বিদায় মাগিলে বলীউদৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 13, 2020 11:34 am

1 min read

divya-chouksey-photo-750x430

দিব্যা চৌকচে।

52.1k
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজ দি অৱশেষত জীৱনৰ ওচৰত হাৰ মানিলে বলীউদৰ এগৰাকী মোহময়ী অভিনেত্ৰী দিব্যা চৌকচে।

অভিনেত্ৰীগৰাকীৰ ভগ্নী সৌম্যা অমিশ বাৰ্মাই ফে’চবুকত অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খৱৰ নিশ্চিত কৰিছে।

কৰ্কট ৰোগত আক্ৰান্ত হৈয়েই দিব্যাই দেওবাৰে মৃত্যুক সাৱটি লোৱাৰ কথাও তেওঁ সদৰী কৰিছে।

দিব্যা চৌকচিয়ে লণ্ডনৰ পৰা অভিনয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু মডেল হিচাপে পৰিচিত আছিল।

২০১৬চনত হায় অপনা দিল তো আৱাৰা ছবিখনত অভিনয় কৰিছিল দিব্যাই।

এই সুন্দৰী অভিনেত্ৰীগাৰীয়ে মৃত্যুৰ কেইঘন্টামান আগেয়ে নিজৰ শাৰীৰিক অসুস্থতাৰ কথা প্ৰকাশ কৰিছিল।

ইনষ্টাগ্ৰামৰ এটা প’ষ্টত তেওঁ লিখিছিল, ‘মই মৃত্যুশয্যাত আছো’।

এক আৱেগগধূৰ ভাৱেৰে তেওঁ লগতে লিখিছিল, ‘মই যি ক’ব খুজিছো সেয়া হয়তো ভাষাৰে বুজাব নোৱাৰিম। বিগত কেইমাহ ধৰি মই পলাই ফুৰিছো, চাৰিওপিনে বহুত প্ৰশ্ন… সময় আহিছে তোমালোক সকলোকে কোৱাৰ- মই মৃত্যুশয্যাত… এটা যন্ত্ৰণাহীন জীৱন লৈ আকৌ ঘুৰি আহিম। দয়া কৰি আৰু কোনো প্ৰশ্ন নকৰিব।‘

যোৱা ১১জুলাইত শেষবাৰৰ বাবে দিব্যাই ইনষ্টাগ্ৰামত প’ষ্ট দিছিল আৰু তাৰ পাছত ছচিয়েল মিডিয়াৰ পৰাই বিদায় লৈছিল।

Recent News

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd