• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৰ্ভধাৰণৰ পাছত বলিউডত কোনোধৰণৰ অভিনয়ৰ প্ৰস্তাৱ লাভ কৰা নাই জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপিয়াই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 23, 2019 10:27 am

1 min read

Neha Dhupia

নেহা ধুপিয়া

871
VIEWS
Share on FacebookShare on Twitter

গৰ্ভধাৰণ কৰাৰ পাছত বলিউডত কোনোধৰণৰ কাম লাভ কৰা নাই জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপিয়াই।

‘‘গৰ্ভধাৰণৰ পাছত মোলৈ কোনোধৰণৰ চলচ্চিত্ৰত অভিনয় কৰাৰ প্ৰস্তাৱ অহা নাই, আনকি মই এটা সন্তান জন্ম দিয়াৰ পাছতো কামৰ প্ৰস্তাৱ অহা নায়,’’ নেহা ধুপিয়াই আক্ষেপেৰে কয়।

‘‘গৰ্ভধাৰণৰ পূৰ্বে শেষবাৰৰ বাবে মই তুমহাৰি চালু নামৰ ছবিখনত কাম কৰিছিলো আৰু বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলো,’’ অভিনেত্ৰীগৰাকীয়ে লগতে কয়।

অভিনেত্ৰীগৰাকীয়ে এগৰাকী মহিলা সাংবাদিকে তেওঁৰ বেছি ওজনৰ বাবে বেয়াকৈ সমালোচনা কৰিছে বুলিও উল্লেখ কৰে।

ধুপিয়াই কয় এগৰাকী মাতৃৰ শৰীৰৰ বিষয়ে এনেদৰে মন্তব্য কৰাটো উচিত নহয়।

এসময়ত বলিউদ চলচ্চিত্ৰ জগতত অভিনয় কৰি সকলো চিনাকী হৈ পৰা অভিনেত্ৰী নেহা ধুপিয়াই অভিনয় কৰা কেইখনমান উল্লেখযোগ্য ছবি হ’ল- ক্যা কুল হে হম, চুপ চুপ কে, সিং ইজ কিং, শ্বুট এট লোখণ্ডৱালা ইত্যাদি।

১৯৮০ চনত কেৰালাৰ কোচিত জন্মগ্ৰহণ কৰা অভিনেত্ৰী গৰাকীয়ে হিন্দীৰ লগতে পাঞ্জাৱী, তেলেগু আৰু মালায়ালাম চলচ্চিত্ৰটো অভিনয় কৰিছে।

Recent News

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd