• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতা বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী ৰাধিকা আপ্তেৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 18, 2019 6:15 pm

1 min read

Radhika

ৰাধিকা আপ্তে, উৎস-ইণ্টাৰনেট

233
VIEWS
Share on FacebookShare on Twitter

অসম আৰু উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশত নাগৰিকত্ব(সংশোধনী)আইনৰ বিৰুদ্ধে চলি থকা তীব্ৰ প্ৰতিবাদৰ প্ৰতি নিজৰ সমৰ্থন আগবঢ়াইছে বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী ৰাধিকা আপ্তে।

নাগৰিকত্ব (সংশোধনী)আইনৰ বিৰোধিতাৰে ৰাধিকা আপ্তে নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট কৰে।

‘‘নাগৰিকত্ব (সংশোধনী) আইনে সমগ্ৰ দেশত সমস্যাৰ সৃষ্টি কৰাৰ উপৰিও ই দেশৰ আত্মাৰ বাবে বিপদ সংকুল’’, ৰাধিকা আপ্তে ইনষ্টাগ্ৰামত লিখে।

ৰাধিকা আপ্তেৰ উপৰিও বলিউদৰ বিভিন্ন অভিনেতা-অভিনেত্ৰীয়ে নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে নিজৰ মত প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে সমগ্ৰ অসমত প্ৰৱল প্ৰতিবাদ অব্যাহত আছে।

প্ৰশাসনে অসমৰ বিভিন্ন জিলাত সান্ধ্য আইনো জাৰি কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল তাৰোপৰি মোবাইল ইণ্টাৰনেট সেৱা ৰাজ্যখনত সম্পূৰ্ণৰূপে বন্ধ কৰি থোৱা হৈছে।

আনহাতে, আজি উচ্চতম ন্যায়ালয়ে বিভিন্ন পক্ষৰ পৰা নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতাৰ শুনানি গ্ৰহণ কৰে।

বিভিন্ন পক্ষৰ পৰা আইনখনৰ বিৰোধিতাৰ শুনানি গ্ৰহণ কৰাৰ পাছত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ চৰকাৰক আইনখনৰ সমৰ্থনত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

অহা ২২ জানুৱাৰিত উচ্চতম ন্যায়ালয়ত পুনৰ ইয়াৰ ওপৰত শুনানি গ্ৰহণ হ’ব।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd