• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিৰদিনৰ বাবে অভিনয়ক বিদায় দি ধৰ্মত শৰণ ল’লে এইগৰাকী বলীউদ অভিনেত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 9, 2020 12:00 pm
WhatsApp Image 2020-10-09 at 11.28.49 AM

ছানা খান।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিনয় তথা বিনোদন জগতৰ পৰা চিৰদিনৰ বাবে বিদায় ল’লে এইগৰাকী বলীউদ অভিনেত্ৰীয়ে। ইনষ্টাগ্ৰামত নিজেই প’ষ্ট দি এইকথা প্ৰকাশ কৰিছে অভিনেত্ৰী ছানা খানে।

বলীউদক চিৰদিনৰ বাবে বিদায় দি ছানাই এইবাৰ নিজৰ ধৰ্ম অনুসৰণ কৰাৰ লগতে ধৰ্মৰ বাবে কাম কৰিব বিচাৰে।

Apply Now

ছানাৰ দৰ্শন হ’ল পৃথিৱীত মানুহৰ অহাৰ অৰ্থ মাথো ধন আৰু খ্যাতিৰ পাছত দৌৰাটোৱে নেকি?

ইনষ্টাগ্ৰামৰ প’ষ্টত ছানাই লিখিছে যে জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপস্থিত হৈ মই আপোনালোকৰ কথা পাতিছো।বিনোদন জগতত মই বহুবছৰ ধৰি আছো।

তেওঁ লিখিছে মই এতিয়া ভগৱানৰ আশীৰ্বাদত বহু ধন,খ্যাতি তথা অনুৰাগীৰ মৰম পাইছো। কিন্তু কিছুদিন ধৰি আমি এটা কথা ভাৱিছো যে পৃথিৱীত মানুহ অহাৰ অৰ্থ কি মাথো ধন আৰু খ্যাতিৰ পাছত দৌৰাটোৱে নেকি। দৰিদ্ৰ তথা অসহায়জনৰ বাবে কাম কৰাটো কৰ্তব্য নহয়নে?

যিকোনো সময়তে মৃত্যু হ’ব পাৰে সেইটো কোনোৱে ভৱা উচিত নহয়নে? এই প্ৰশ্নৰ উত্তৰ মই বিচাৰি ফুৰিছো। জানিব বিচাৰো মৃত্যুৰ পাছত মোৰ কি হ’ব?

ছানাই কয় যে ধৰ্মৰ মাজত মই ইয়াৰ উত্তৰ বিচাৰি যাওঁ। বুজিব পাৰিছো এই পৃথিৱীত জন্ম গ্ৰহণ কৰি মৃত্যুৰ পাছৰ জীৱনৰ উন্নতিৰ বাবে কাম কৰা প্ৰয়োজন। সৃষ্টিকৰ্তাৰ নিৰ্দেসত যদি এজন ভৃত্যই তেওঁৰ জীৱন যাপন কৰে সেয়াই ভাল।

তেওঁ লগতে কয় যে সেয়েহে মই আজি বিনোদন জগতৰ পৰা চিৰদিনৰ বাবে বিদায় ল’লো। আজিৰে পৰা মানৱতাৰ হকে কাম কৰিম আৰু ভগৱানৰ নিৰ্দেশ মানি চলিম।

ছানাই লিখিছে যে প্ৰতিজন ভাতৃ-ভগ্নীকে আল্লাৰ ওচৰত মোৰ বাবে প্ৰাৰ্থনা জনাবলৈ অনুৰোধ কৰিছো যাতে মই এই কামত অগ্ৰসৰ হ’ব পাৰো।

ইন্টাৰনেটত জগতত ভাইৰেল হৈ পৰা ছানাৰ এই প’ষ্টটোত তেওঁ লিখিছে যে সকলো ভাতৃ-ভগ্নীকে অনুৰোধ কৰিছো যাতে তেওঁলোকে মোৰ সৈতে বিনোদন জগতৰ কথা আৰু কোনোদিন আলোচনা নকৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

September 15, 2026 8:42 am
সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

September 15, 2026 8:42 am
সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd