• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

CAA ৰ বিৰোধিতাৰে মুম্বাইত বলিউদৰ অভিনেতা-অভিনেত্ৰীৰ তীব্ৰ প্ৰতিবাদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 19, 2019 7:58 pm

1 min read

Bollywood

ফাৰহান আখতাৰ

769
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতাৰে সমগ্ৰ দেশ উত্তাল হৈ থকাৰ সময়তে আজি মুম্বাইত আইনখনৰ বিৰোধিতাৰে ওলাই আহিল বলিউদৰ বহু তাৰকা অভিনেতা-অভিনেত্ৰী।

বলিউদৰ জনপ্ৰিয় অভিনেতা ফাৰহান আখতাৰৰ নেতৃত্বত আজি নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতাৰে উলিওৱা প্ৰতিবাদী সমদলত চলচ্চিত্ৰ নিৰ্মাতা ৰাকেশ ওম প্ৰকাশ মেহৰা, অভিনেত্ৰী শ্বাৰা ভাস্কৰৰ লগতে বহু কলা-কুশলী উপস্থিত থাকে।

সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ফাৰহান আখতাৰে আইনখনক বৈষম্যমূলক আখ্যা দিয়ে।

‘‘যিখন দেশত মোৰ জন্ম হৈছে, মই ডাঙৰ দীঘল হৈছো সেইখন দেশত মোৰ মত প্ৰকাশৰ অধিকাৰ আছে আৰু যদি দেশত সকলো থিকে আছে তেনেহ’লে অসমৰ পৰা কেৰালালৈ সকলোতে কিয় প্ৰতিবাদ হৈছে?’’ আখতাৰে প্ৰশ্ন কৰে।

আনহাতে, চলচ্চিত্ৰ নিৰ্মাতা ৰাকেশ ওম প্ৰকাশ মেহৰাই চৰকাৰে কিবা অসাংবিধানিক কাম কৰিলে জনতাই প্ৰতিবাদ কৰিবই লাগিব বুলি মন্তব্য কৰে।

‘‘আমি চৰকাৰক নিৰ্বাচন কৰিছো আমাক চৰকাৰে নিৰ্বাচন কৰা নায়,’’ মেহেৰাই কয়।

অসম তথা উত্তৰ-পূবত CAA বিৰোধী আন্দোলনে প্ৰবল ৰূপ ধাৰণ কৰিছে। অসমত সকলো স্তৰৰ জনসাধাৰণ আইনখনৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিছে।

Recent News

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd