• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পোন্ধৰ বছৰীয়া দাম্পত্য জীৱনৰ ইতি; আমিৰ খান-কিৰণ ৰাওৰ বিচ্ছেদ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 3, 2021 1:58 pm
Amir-Kiran

আমিৰ খান-কিৰন ৰাও।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমিৰ খান আৰু  পত্নী কিৰন ৰাও আৰু একেলগে নাথাকে। শনিবাৰে পুৱাই এক বিজ্ঞপ্তিৰ জৰিয়তে আমিৰ আৰু কিৰনে তেওঁলোকৰ ১৫ বছৰীয়া দাম্পত্য জীৱনৰ সামৰণি মৰাৰ কথা প্ৰকাশ কৰে।

আমিৰ-কিৰনে বিজ্ঞপ্তিত উল্লেখ কৰিছে,’’যোৱা ১৫ বছৰৰ দাম্পত্য জীৱনত আমি দুয়োৱে কিছু মধুৰ মুহূৰ্ত আমি একেলগে কটাইছো। হাঁহি-আনন্দেৰে ভৰা সেই সময়ৰ মাজেৰেই দুয়োজনৰ সম্পৰ্কত লাহে লাহে বিশ্বাস, সন্মান তথা ভালপোৱাৰ জন্ম হৈছিল। এতিয়া আমি দুজনেই জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ আগবাঢ়িছো। পতি-পত্নী হিচাপে নহয়। বৰঞ্চ অবিভাৱক হিচাপে, এটা পৰিয়াল হিচাপে।‘’

Apply Now

আমিৰ-কিৰনে লগতে লিখিছে,’’ এই সিদ্ধান্ত হঠাতে লোৱা নহয়। আমি বহুদিন আগৰে পৰাই পৃথক হোৱাৰ বিষয়ে চিন্তা কৰিছিলো। কেবল সঠিক সময়ৰ বাবে অপেক্ষা কৰিছিলো। অৱশ্যে, এই সিদ্ধান্তই আমাৰ সন্তান আজাদৰ ওপৰত কোনোধৰণে প্ৰভাৱ নেপেলায়। আমি দুজনেই আজাদক ডাঙৰ কৰি তুলিম।‘’

লগতে লিখিছে,’’একেলগে ছবি তথা পানী ফাউণ্ডেশ্যনৰ  কাম কৰিম। সকলো সময়তে আমাৰ কাষত থকাৰ বাবে আমাৰ বন্ধু, আত্মীয়-স্বজনক ধন্যবাদ। এই সময়তো আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছো। এই বিচ্ছেদক কেতিয়াও ইতি হিচাপে নহয়, বৰঞ্চ নতুন আৰম্ভণি হিচাপে চাবলৈ অনুৰোধ কৰিছো।‘’

উল্লেখ্য যে ২০০২চনত আমিৰ খানে তেওঁৰ প্ৰথমা পত্নী ৰীনা দত্তৰ সৈতে বিচ্ছেদ কৰে। তাৰ পাছত ২০০৫চনত পৰিচালক কিৰন ৰাওক বিয়া কৰায়। ‘লগান’ ছবিৰ শ্বুটিঙৰ সময়তে দুয়োৰে মাজত ঘনিষ্ঠতা হয়। ছবিখনত সহ পৰিচালক হিচাপে আছিল কিৰন ৰাও।

২০১১চনত আমিৰ-কিৰনৰ সংসাৰলৈ ছাৰোগেছিৰ জৰিয়তে আহিছিল পুত্ৰ আজাদ। আমিৰ খানৰ প্ৰথমা পত্নী ৰীনাৰ সৈতেও আছে আমিৰৰ পুত্ৰ জুনেইদ আৰু কন্যা ইৰা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd