• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিলৈ মিঠুন চক্ৰৱৰ্তী! আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত কিয় গৈছিল মিঠুন?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2019 10:26 am
Mithun

বৃহস্পতিবাৰে আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত মিঠুন চক্ৰৱৰ্তী। ফটো : টুইটাৰ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউদৰ এসময়ৰ অতি জনপ্ৰিয় তাৰকা অভিনেতা মিঠুন চক্ৰৱৰ্তীয়ে এইবাৰ বিজেপিত যোগদান কৰিব নেকি?

মহাৰাষ্ট্ৰৰ নাগপুৰত অৱস্থিত আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত অভিনেতাগৰাকীক দেখা পোৱাৰ পাছতেই আৰম্ভ হৈছে এই জল্পনা-কল্পনা।

Apply Now

বৃহস্পতিবাৰে দুপৰীয়া ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুখ্য কাৰ্যালয়ত হঠাতে গৈ উপস্থিত হয় বলীউদৰ জনপ্ৰিয় অভিনেতাগৰাকী।

মিঠুন চক্ৰৱৰ্তীয়ে কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত তাত থকা সংঘৰ প্ৰতিষ্ঠাতা কেশৱ বলিৰাম হেডগেউৱাৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

সেই সময়ত আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত উপস্থিত থকা কেইবাজনো কৰ্মকৰ্তাৰ সৈতে তেওঁ কথা পাতে।

কৰ্মকৰ্তাসকলে মিঠুনক আদৰণি জনোৱাৰ লগতে তেওঁৰ হাতত সংঘৰ এখন ফটো ফ্ৰেমো তুলি দিয়ে। ইয়াৰ পাছতে মিঠুনে তাৰ পৰা বিদায় লয়।

আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত মিঠুনৰ এই হঠাতে ঘটা পদাৰ্পনৰ পাছতেই ৰাজনৈতিক মহলত বহু জল্পনা-কল্পনা আৰম্ভ হৈছে। মিঠুন বা সংঘৰ ফালৰ পৰা এই সন্দৰ্ভত কোনো কথা স্পষ্ট নকৰাৰ বাবে জল্পনা-কল্পনা অধিক বৃদ্ধি পাইছে।

তৃণমূলৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদগৰাকীৰ হঠাতে আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত গৈ উপস্থিত হোৱাৰ ঘটনাই স্বাভাৱিকতে চৰ্চা লাভ কৰিছে।

Maharashtra: Veteran Actor Mithun Chakraborty visited Rashtriya Swayamsevak Sangh (RSS) headquarters in Nagpur, earlier today. pic.twitter.com/Qv2NjH2NZe

— ANI (@ANI) October 3, 2019

বিগত বহুদিন ধৰি মিঠুন চক্ৰৱৰ্তীৰ ৰাজহুৱা উপস্থিতি দেখা যোৱা নাছিল। তেওঁৰ স্বাস্থ্য ভাল নাছিল বুলি খবৰ শুনা গৈছিল।

বৃহস্পতিবাৰেও মিঠুনৰ মুখত মাস্ক লগোৱা থকা দেখা গৈছিল। কিন্তু এনে অৱস্থাত কিহৰ তাড়নাত তেওঁ গৈ আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’ল সি ৰহস্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে সাৰদা কেলেংকাৰিত অভিযুক্ত হোৱা মিঠুন চক্ৰৱৰ্তীয়েই একমাত্ৰ ব্যক্তি যিয়ে ইডিৰ কাৰ্যালয়ত গৈ সাৰদাৰ ধন ওভতাই দিছিল।

ইয়াৰ পাছতে তেওঁ আপাতত: নিজকে আঁতৰাই ৰাখে। ৰাজনীতিৰ পৰা দূৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ পদো ত্যাগ কৰে।

অৱশ্যে, শাৰীৰিক অসুস্থতাৰ কাৰণেই তেওঁ উক্ত সিদ্ধান্ত লোৱাৰ কথা জানিব দিছিল। কিন্তু বৃহস্পতিবাৰে মিঠুনে  আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত হঠাতে গৈ উপস্থিত হোৱাৰ ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd