• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেৱিকা ৰাণীৰ দীৰ্ঘতম চুম্বন! সামাজিক প্ৰথা ভাঙি ৰূপালী পৰ্দাত দেখুৱাইছিল ‘প্ৰথম চুম্বন’ৰ পথ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2023 2:47 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সময়কাল ১৯৩৩ চন। ভাৰতীয় চলচ্চিত্ৰই তেতিয়াও শৈশৱ অতিক্ৰম কৰাই নাছিল। আজি যাক ‘প্ৰাপ্তবয়স্ক দৃশ্য’ (এডাল্ট চিন) বুলি কোৱা হয়, চলচ্চিত্ৰ জগতৰ শিল্পীসকলে পৰ্দাত সেই সাহসী দৃশ্যবোৰ দেখুওৱাৰ কথা ভাবিবও পৰা নাছিল। কিন্তু সেই যুগত দেৱিকা ৰাণীয়ে দীঘলীয়া চাৰি মিনিটৰ বাবে চুম্বন দৃশ্যত অভিনয় কৰিছিল। সেইদৰে তেওঁ চিৰাচৰিত সামাজিক প্ৰথা ভংগ কৰিছিল।

হয়, সেয়াই আছিল দেৱিকা ৰাণী। তেওঁৰ লক্ষ্য আছিল তেওঁৰ নিজৰ চৰ্তত জীৱন যাপন কৰা। আৰু সেই পথত আগবাঢ়িবলৈ তেওঁ কেতিয়াও নিন্দা-চৰ্চাৰ প্ৰতি মনোযোগ দিয়া নাছিল। লেডিকিলাৰ নামেৰে জনাজাত এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা বিবাহিত হিমাংশু ৰয়ৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাই হওঁক; নাইবা সহ-অভিনেতাৰ সৈতে পলাই যোৱাটোৱে হওঁক, তেওঁ নিজৰ ইচ্ছামতে চলিছিল।

Apply Now

যি সময়ত অভিনয়ক হেয় দৃষ্টিৰে চোৱা হৈছিল, দেৱিকা ৰাণী নামৰ এগৰাকী উচ্চ শিক্ষিত মহিলাই চিনেমাজগতত যোগ দিছিল। হেলাৰঙে দখল কৰিছিল শ্ৰেষ্ঠত্বৰ আসন। তেওঁ আছিল প্ৰথম দাদাচাহেব ফালকে বঁটা প্ৰাপক। আনকি শুনা যায় যে মহাত্মা গান্ধীয়ে চোৱা একমাত্ৰ চলচ্চিত্ৰখন হৈছে ‘অস্পৃশ্য কন্যা’। যাৰ নায়িকা হৈছে একমাত্ৰ সেই দেৱিকা ৰাণী।

দেৱিকা ভাৰতৰ প্ৰথম শল্য চিকিৎসক কৰ্ণেল মন্মথনাথ চৌধুৰীৰ কন্যা আছিল। দুয়োফালৰ পৰা পিতৃ আৰু মাতৃৰ মূল ঘৰৰ সৈতে এক আত্মীয়তাৰ সম্পৰ্ক আছিল। তেওঁ ৰবীন্দ্ৰৱাথ ঠাকুৰৰ শান্তিনিকেতনত পঢ়িবলৈ গৈছিল। ৰবীন্দ্ৰনাথে নিজেই তেওঁক ‘সূৰ্যমুখী কলি’ বুলি অভিহিত কৰিছিল, মাক-দেউতাকক ডাঙৰ হোৱাৰ বাবে প্ৰয়োজনীয় যত্ন ল’বলৈ কৈছিল।

দেৱিকা পঢ়িবলৈ লণ্ডনলৈও গৈছিল। আৰু তাতেই পৰম্পৰাগত অভিনয়ত খোজ পেলাইছিল। অৱশ্যে, এগৰাকী পেছাদাৰী অভিনেত্ৰী হোৱাৰ পৰিৱৰ্তে দেৱিকাই টেক্সটাইল ডিজাইনিংক পেছা হিচাপে বাছনি কৰিছিল। কিন্তু নায়ক-প্ৰযোজক হিমাংশু ৰয়ৰ সৈতে কথা পতাৰ পিছত তেওঁৰ জীৱনৰ চকৰি ঘূৰি গৈছিল। এটাৰ পিছত এটাকৈ আহিছিলল চলচ্চিত্ৰত প্ৰৱেশ আৰু বিয়াৰ প্ৰস্তাৱ।

দেৱিকাই হিমাংশু ৰয়ক বিয়া কৰাই ভাৰতলৈ আহিছিল। শুনা যায় যে বয়সৰ পাৰ্থক্যৰ এই বিবাহ সুখী নাছিল। আনকি সেই সময়ৰ শ্ৰেষ্ঠ নায়িকাগৰাকীয়েও ঘৰুৱা হিংসাৰ অভিযোগ কৰিছিল। কিন্তু একোৱেই তেওঁৰ জীৱন, নিজৰ আকাংক্ষাক বাধা দিব নোৱাৰিলে। তেওঁ প্ৰযোজক স্বামীৰ অধীনত এখনৰ পিছত আন এখন জনপ্ৰিয় চলচ্চিত্ৰ উপহাৰ দিছে।

আনহাতে, তেওঁ ইচ্ছা অনুসৰি সম্পৰ্কত জড়িত হৈ পৰিছিল। ত্ৰিশ বছৰ বয়সত বিধৱা হোৱাৰ পিছত তেওঁ হিমাংশু ৰয়ে সৃষ্টি কৰা ‘বোম্বাই টকিজ’ৰ দায়িত্ব গ্ৰহণ কৰে। দেৱিকা ৰাণীয়েই দিলীপ কুমাৰ আৰু মধুবালাক দৰ্শকৰ আগলৈ আগবঢ়াই  দিছিল। ক্ষমতা ধৰি ৰখাৰ স্বাৰ্থত নিজকে বিভিন্ন ধৰণে ব্যৱহাৰ কৰিবলৈ তেওঁৰ কোনো দ্বিধা নাছিল।

তেওঁকলৈ বাৰে বাৰে সমালোচনাৰ ধুমুহা উঠিছিল। দেৱিকা ৰাণীয়ে ইয়াৰ সোৱাদ মন ভৰাই উপভোগ কৰিছিল! তেওঁ পুৰুষৰ হাতৰ পুতলা হ’ব নিবিচাৰিছিল, কিন্তু তেওঁ নিজৰ মানুহ ঠিকেই বাছনি কৰিছিল। বোম্বাই টকিজৰ প্ৰথম মহিলাগৰাকীয়ে নিজৰ হাতেৰে তেওঁৰ জীৱনৰকাহিনী লিখিছিল। সেয়েহে তেওঁক হয়তো অপছন্দ কৰিব পাৰে, কিন্তু অস্বীকাৰ কৰাৰ কোনো উপায় নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd