• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিএমচিক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ; ঘৰ ভঙাৰ গোচৰত বোম্বে হাইকোৰ্টত কংগনাৰ জয়

এন ই নাও নিউজ by এন ই নাও নিউজ
November 27, 2020 2:23 pm
Kangana_20180905_350_630_630_630_571_855

কংগনা ৰানাওট।

537
VIEWS
Share on FacebookShare on Twitter

বোম্বে হাইকোৰ্টত শুকুৰবাৰে সকাহ লাভ কৰিলে অভিনেত্ৰী কংগনা ৰানাওটে। কংগনাৰ পালি হিলৰ কাৰ্যালয় ভাঙি দিয়াৰ বাবে বৃহন্মুম্বাই পৌৰনিগম (বিএমচি)ক আদালতে ভৎসৰ্না কৰে।

বৃহত্তৰ মুম্বাই পৌৰনিগম নাগৰিক অধিকাৰৰ (এমচিজিএম)ৰ বিৰুদ্ধে ভুলকৈ এই কাম  কৰা হৈছে। আইনৰ দৃষ্টিত এয়া বিদ্বেষত বাহিৰে আন একো নহয়।

ন্যায়াধীশ এছ জি কাথাওৱাল্লা আৰু আৰ আই চাগলাৰ খণ্ড বিচাৰপীঠে এইদৰে মত পোষণ কৰে।  তেওঁলোকে কোনো নাগৰিকৰ ওপৰত প্ৰশাসনৰ পেশী শক্তিৰ অপব্যৱহাৰ আদালতে সহ্য নকৰে বুলিও স্পষ্ট কৰি দিয়ে।

ইয়াৰ লগতে কংগনা ৰানাওটকো নিজৰ মতামত প্ৰকাশ ক্ষেত্ৰত সংযত হোৱাৰ পৰামৰ্শ দিয়ে আদালতে।

কংগনাই মুম্বাই আৰক্ষীৰ বিৰুদ্ধে ক’বলৈ গৈ মুম্বাইক পাক অধিকৃত কাশ্মীৰৰ সৈতে তুলনা কৰিছিল। ইয়াতেই ক্ষুব্ধ হৈ শাসকীয় শিৱসেনাৰ নেতা সঞ্জয় ৰাওটেও কংগনাৰ বিৰুদ্ধে সৰৱ হৈ পৰে। দুয়োজনৰ মাজত তীব্ৰ বাকযুদ্ধ চলে।

ইয়াৰ পাছতে পৰিস্থিতি এনেকুৱা হয়গৈ যে বান্দ্ৰাৰ পালি হিলত পাঁচ নম্বৰ বাংলোত কংগনাৰ ‘মনিকৰ্ণিকা ফিল্মছ’ৰ কাৰ্যালয়টো অবৈধভাৱে নিৰ্মাণ কৰাৰ অভিযোগ তুলি যোৱা ৭ ছেপ্টেম্বৰত বিএমচিয়ে অবিনেত্ৰীগৰাকীক জাননী দিয়ে।

জাননীযোগে ২৪ঘন্টাৰ ভিতৰত তথ্য প্ৰমানসহ নথিপত্ৰ দেখুৱাব নোৱাৰিলে সেয়া ভাহি দিয়া হ’ব বুলি জনোৱাৰ পাছত সেয়া কৰাও হয়।

When individual stands against the government and wins, it’s not the victory of the individual but it’s the victory of the democracy.
Thank you everyone who gave me courage and thanks to those who laughed at my broken dreams.
Its only cause you play a villain so I can be a HERO. https://t.co/pYkO6OOcBr

— Kangana Ranaut (@KanganaTeam) November 27, 2020

বিএমচিয়ে কাৰ্যালয়টো ভঙাৰ পাছত কংগনাই ছচিয়েল মিডিয়াত ক্ষোভ উজাৰে আৰু পাছত বোম্বে হাইকোৰ্টৰ দ্বাৰস্থ হয়।

হাইকোৰ্টৰ নিৰ্দেশনাৰ পাছত টুইটাৰত কংগনাই লিখিছে, ‘’এজন ব্যক্তিয়ে যেতিয়া প্ৰশাসনৰ বিৰুদ্ধে যুঁজ দি জয়লাভ কৰে, সেইয়া কেবল মাত্ৰ তেওঁৰ জয় নহয় গণতন্ত্ৰৰ জয়। মোক সাহস দিয়াৰ বাবে সকলোকে ধন্যবাদ, আৰু ভাহি যোৱা সপোনৰ বাবে হহাঁৰ বাবেও ধন্যবাদ। তোমালোক ভিলেইন হৈছা বাবেই মি হিৰো হ’ব পাৰিছো।‘’

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd