• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিএমচিক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ; ঘৰ ভঙাৰ গোচৰত বোম্বে হাইকোৰ্টত কংগনাৰ জয়

এন ই নাও নিউজ by এন ই নাও নিউজ
November 27, 2020 2:23 pm
Kangana_20180905_350_630_630_630_571_855

কংগনা ৰানাওট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোম্বে হাইকোৰ্টত শুকুৰবাৰে সকাহ লাভ কৰিলে অভিনেত্ৰী কংগনা ৰানাওটে। কংগনাৰ পালি হিলৰ কাৰ্যালয় ভাঙি দিয়াৰ বাবে বৃহন্মুম্বাই পৌৰনিগম (বিএমচি)ক আদালতে ভৎসৰ্না কৰে।

বৃহত্তৰ মুম্বাই পৌৰনিগম নাগৰিক অধিকাৰৰ (এমচিজিএম)ৰ বিৰুদ্ধে ভুলকৈ এই কাম  কৰা হৈছে। আইনৰ দৃষ্টিত এয়া বিদ্বেষত বাহিৰে আন একো নহয়।

Apply Now

ন্যায়াধীশ এছ জি কাথাওৱাল্লা আৰু আৰ আই চাগলাৰ খণ্ড বিচাৰপীঠে এইদৰে মত পোষণ কৰে।  তেওঁলোকে কোনো নাগৰিকৰ ওপৰত প্ৰশাসনৰ পেশী শক্তিৰ অপব্যৱহাৰ আদালতে সহ্য নকৰে বুলিও স্পষ্ট কৰি দিয়ে।

ইয়াৰ লগতে কংগনা ৰানাওটকো নিজৰ মতামত প্ৰকাশ ক্ষেত্ৰত সংযত হোৱাৰ পৰামৰ্শ দিয়ে আদালতে।

কংগনাই মুম্বাই আৰক্ষীৰ বিৰুদ্ধে ক’বলৈ গৈ মুম্বাইক পাক অধিকৃত কাশ্মীৰৰ সৈতে তুলনা কৰিছিল। ইয়াতেই ক্ষুব্ধ হৈ শাসকীয় শিৱসেনাৰ নেতা সঞ্জয় ৰাওটেও কংগনাৰ বিৰুদ্ধে সৰৱ হৈ পৰে। দুয়োজনৰ মাজত তীব্ৰ বাকযুদ্ধ চলে।

ইয়াৰ পাছতে পৰিস্থিতি এনেকুৱা হয়গৈ যে বান্দ্ৰাৰ পালি হিলত পাঁচ নম্বৰ বাংলোত কংগনাৰ ‘মনিকৰ্ণিকা ফিল্মছ’ৰ কাৰ্যালয়টো অবৈধভাৱে নিৰ্মাণ কৰাৰ অভিযোগ তুলি যোৱা ৭ ছেপ্টেম্বৰত বিএমচিয়ে অবিনেত্ৰীগৰাকীক জাননী দিয়ে।

জাননীযোগে ২৪ঘন্টাৰ ভিতৰত তথ্য প্ৰমানসহ নথিপত্ৰ দেখুৱাব নোৱাৰিলে সেয়া ভাহি দিয়া হ’ব বুলি জনোৱাৰ পাছত সেয়া কৰাও হয়।

When individual stands against the government and wins, it’s not the victory of the individual but it’s the victory of the democracy.
Thank you everyone who gave me courage and thanks to those who laughed at my broken dreams.
Its only cause you play a villain so I can be a HERO. https://t.co/pYkO6OOcBr

— Kangana Ranaut (@KanganaTeam) November 27, 2020

বিএমচিয়ে কাৰ্যালয়টো ভঙাৰ পাছত কংগনাই ছচিয়েল মিডিয়াত ক্ষোভ উজাৰে আৰু পাছত বোম্বে হাইকোৰ্টৰ দ্বাৰস্থ হয়।

হাইকোৰ্টৰ নিৰ্দেশনাৰ পাছত টুইটাৰত কংগনাই লিখিছে, ‘’এজন ব্যক্তিয়ে যেতিয়া প্ৰশাসনৰ বিৰুদ্ধে যুঁজ দি জয়লাভ কৰে, সেইয়া কেবল মাত্ৰ তেওঁৰ জয় নহয় গণতন্ত্ৰৰ জয়। মোক সাহস দিয়াৰ বাবে সকলোকে ধন্যবাদ, আৰু ভাহি যোৱা সপোনৰ বাবে হহাঁৰ বাবেও ধন্যবাদ। তোমালোক ভিলেইন হৈছা বাবেই মি হিৰো হ’ব পাৰিছো।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd