• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

‘মছজিদত লাউডস্পীকাৰৰ প্ৰয়োজন নাই’, বম্বে উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2025 7:54 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা নাই বুলি স্পষ্টকৈ উল্লেখ কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। আদালতে কয় যে লাউডস্পীকাৰক কোনো কাৰণতে মৌলিক ধৰ্মীয় অধিকাৰ বুলি গণ্য কৰিব নোৱাৰি। এই যুক্তিৰ ওপৰত ভিত্তি কৰি আদালতে আবেদনকাৰীৰ আবেদন নাকচ কৰে।

মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ মছজিদ গৌছিয়াত নামাজৰ বাবে লাউডস্পীকাৰ ব্যৱহাৰৰ অনুমতি বিচাৰি বম্বে উচ্চ ন্যায়ালয়ত এখন গোচৰ ৰুজু কৰা হৈছিল। সেই গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ মন্তব্যৰ উদ্ধৃতি দি কয় যে কোনো ধৰ্মই আনৰ শান্তি বিঘ্নিত কৰি নামাজৰ অনুমতি নিদিয়ে। আদালতে প্ৰশ্ন কৰে যে শাস্ত্ৰত ক’ত লিখা আছে যে লাউডস্পীকাৰৰ জৰিয়তে প্ৰাৰ্থনা কৰিব লাগে।

Apply Now

আদালতে লগতে উল্লেখ কৰে যে উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কৈছে যে যিকোনো নাগৰিকৰ শান্তিপূৰ্ণ পৰিৱেশত জীয়াই থকাৰ অধিকাৰ আছে। বিশেষকৈ সৰু ল’ৰা-ছোৱালী, বৃদ্ধ, ৰোগী আৰু মানসিক চাপত ভুগি থকা লোকসকলৰ বাবে শব্দ প্ৰদূষণ এক গুৰুত্বপূৰ্ণ বিষয়।

গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ অনিল পানছাৰে আৰু ৰাজ ৱাকোদৰ বিচাৰপীঠে কয়, “ধৰ্মীয় চৰ্চাৰ বাবে লাউডস্পীকাৰ যে অপৰিহাৰ্য সেই কথা প্ৰমাণ কৰিব পৰা নাই আবেদনকাৰীয়ে। সেয়েহে আবেদনকাৰীয়ে লাউডস্পীকাৰ লগোৱাৰ অধিকাৰ দাবী কৰিব নোৱাৰে। আবেদন খাৰিজ কৰা হৈছে।”

একে সময়তে আদালতে লাউডস্পীকাৰৰ জৰিয়তে এনে ধৰ্মীয় অনুষ্ঠানক ‘শব্দ প্ৰদূষণ’ বুলি অভিহিত কৰে। ইয়াৰ ফলত হোৱা স্বাস্থ্যজনিত সমস্যাসমূহৰ বিষয়েও আদালত সবিস্তাৰে উল্লেখ কৰে। কোৱা হৈছে যে ই অহৰহ ‘যুদ্ধ বা উৰণ’ পৰিস্থিতিৰ সৃষ্টি কৰে, শৰীৰত কৰ্টিছল আৰু অন্যান্য ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰে। ইয়াৰ ফলত হাৰ্ট এটেক, খিংখিঙীয়া হোৱা, ভাগৰুৱা, মূৰৰ বিষ আৰু ৰক্তচাপৰ সমস্যা হ’ব পাৰে।

আদালতে মহাৰাষ্ট্ৰ চৰকাৰক এই বিষয়টোৰ প্ৰতি সংবেদনশীল হৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd