• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শাৰীৰিক সম্পৰ্ক কৰিও প্ৰেমিকাক বিয়া কৰাব নিবিচাৰিলে যুৱকে; আদালতে দিলে এই ৰায়

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2021 8:50 am
relations

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Refusal to marry no ground for rape: দীৰ্ঘদিনীয়া সম্পৰ্কৰ লগতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পাছতো বিয়াৰ বাবে মন সলনি কৰে এক ৩৩বছৰীয়া যুৱকে। তাৰপাছতে তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আনে প্ৰাক্তন প্ৰেমিকাই।

কিন্তু বোম্বে উচ্চ ন্যায়ালয়ৰ ঔৰংগাবাদ বেঞ্চে এইক্ষেত্ৰত এক যুগান্তকাৰী ৰায় দি যুৱকৰ বিৰুদ্ধে অনা ধৰ্ষণৰ অভিযোগ নাকচ কৰি দিছে।

ন্যায়াধীশ সুনীল দেশমুখ আৰু ন্যায়াধীশ নীতিন সূৰ্যবংশীৰ খণ্ড বিচাৰপীঠে চৰকাৰী কৰ্মচাৰী যুৱকৰ বিৰুদ্ধে অনা ধৰ্ষণৰ গোচৰ বাতিল কৰি দিছে।

Apply Now

আদালতৰ পৰ্যবেক্ষণত কোৱা হয় যে বাস্তৱিকতে বিয়াৰ ক্ষেত্ৰত যুৱকজনৰ ইচ্ছা আছিল। খণ্ড বিচাৰপীঠে জনায় যে মন সলনি কৰাৰ বাবে তেওঁ বিয়া কৰিব বিচৰা নাই। গতিকে তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ কৰিব পৰা নাযায়।

আদালতৰ মতে তদন্তৰ সময়ত যিবোৰ তথ্য পোৱা গৈছে তাৰপৰা দেখা যায় যুৱকজনৰ বিয়া কৰোৱাৰ বাস্তৱিকতে ইচ্ছা আছিল। কিন্তু পাছত মন সলনি হোৱাত তেওঁ বিয়া কৰাবলৈ অস্বীকাৰ কৰে।

ইপিনে, ৩০বছৰীয়া যুৱতীগৰাকীৰ দাবী যে তেওঁলোকৰ মাজত পূৰ্বৰ পৰাই চিনাকি আছিল। ২০১৫চনৰ পৰা তেওঁলোকৰ বন্ধুত্ব আছিল।

কেইমাহমানৰপাছতে তেওঁলোক দুজনে প্ৰেমৰ সম্পৰ্কত জড়িত হৈ পৰে। ইজনে সিজনক সাক্ষাৎ কৰিবলৈ আৰম্ভ কৰে। তাৰপাছত তেওঁলোকৰ মাজত প্ৰায় নিয়মিত শাৰীৰিক সম্পৰ্ক ঘটে।

আনহাতে, যুৱকজনে বিয়া কৰাব বুলিও কথা দিছিল। কিন্তু ২০২০চনৰ ৬এপ্ৰিলৰ পৰা যুৱকজনে মোবাইল বন্ধ কৰি দিয়ে।

ইপিনে, তেওঁৰ পৰিয়ালৰ আগত যেতিয়া বিয়াৰ প্ৰস্তাৱ দিয়া হয় তেতিয়া কৰ’না পৰিস্থিতিৰ অজুহাতত বাৰে বাৰে পিছুৱাই ৰখা হয়। তাৰপাছতে থানাত যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ কৰা হয়।

আদালতৰ মত হ’ল ইয়াত কোনো মিছা প্ৰতিশ্ৰুতিৰ কথা নাই। দুয়োজনৰে ভালপোৱাৰ মাজতে শাৰীৰিক সম্পৰ্ক গঢ়ি উঠিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd