• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

পৌৰসভাৰ চাফাই কৰ্মচাৰীসকলক বৰ্ধিত হাৰত মজুৰি প্ৰদানৰ কৰ্তৃপক্ষৰ লিখিত প্ৰতিশ্ৰুতি

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
January 22, 2022 6:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত জানুৱাৰী মাহৰ পৰা বঙাইগাঁও পৌৰ সভাৰ চাফাই কৰ্মচাৰীসকলক বৰ্ধিত হাৰত মজুৰি প্ৰদান কৰাৰ বাবে পৌৰসভা কৰ্তৃপক্ষ লিখিতভাৱে প্ৰতিশ্ৰুতি দিছে ৷ এই কথা প্ৰকাশ কৰিছে হৰিজন মজদুৰ ইউনিয়নৰ সহকাৰী সম্পাদক সোমেন দেৱে৷

সংগঠনৰ সহকাৰী সম্পাদকগৰাকীয়ে জানিবলৈ দিয়া মতে বিগত বৰ্ষৰ বাইশ ডিচেম্বৰত বঙাইগাঁও জিলা উপযুক্ত কাৰ্যালয়ত জিলা উন্নয়ন আয়ুক্তৰ কক্ষত বঙাইগাঁও পৌৰসভাৰ চাফাই কৰ্মচাৰী সকলৰ ন্যূনতম দৰমহা চৰকাৰে নিৰ্ধাৰিত নিৰিখত দিয়াৰ প্ৰসঙ্গত এক বৈঠক অনুষ্ঠিত হৈছিল ৷

Apply Now

জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত পৌৰসভাৰ কাৰ্যবাহী বিষয়া পুৰুষোত্তম দাস , শ্ৰম বিষয়া দেৱজিৎ কলিতা , চি আই টি ইউ অনুমোদিত হৰিজন মজদুৰ ইউনিয়নৰ সভাপতি আৰু সহকাৰী সম্পাদক সঞ্জীৱ দেৱ আৰু সোমেন দেৱ ,সামাজিক সংগঠন মহাদলিত পৰিসংঘৰ বঙাইগাঁও জিলা সভাপতি কৈলাশ বাছফৰ আৰু সম্পাদক লালন বাছফৰ উপস্থিত আছিল ।

উক্ত বৈঠকত দীৰ্ঘ সময় জোৰা আলোচনাৰ পিছত পৌৰসভাৰ ৮৮ গৰাকী তালিকাভুক্ত চাফাই কৰ্মচাৰীৰ দৈনিক মজুৰি ১০০ টকা বৃদ্ধি কৰি ৩০০ টকা কৈ দিয়াৰ দাবী পৌৰসভা কৰ্তৃপক্ষ মানি লৈছিল।

লগতে অস্থায়ী চাফাই কৰ্মচাৰী সকলৰ মজুৰি বৃদ্ধিৰ বাবে অতিৰিক্ত অৰ্থ মঞ্জুৰীৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাৰ বাবে পৌৰসভা কৰ্তৃপক্ষই প্ৰতিশ্ৰুতি দিছিল ।

সেই মৰ্মে চলিত ২০২২ চনৰ জানুৱাৰী মাহৰ পৰাই বৰ্ধিত হাৰত মজুৰি দিবলৈ পৌৰসভা কৰ্তৃপক্ষ লিখিতভাৱে প্ৰতিশ্ৰুতি দিছে । এই মাহৰ পৰাই পৌৰ সভাৰ চাফাই কৰ্মচাৰীসকলে লাভ কৰিব বৰ্ধিত হাৰত মজুৰি ৷

চাফাই কৰ্মচাৰী সকলৰ মজুৰি বৃদ্ধিৰ বাবে চি আই টি ইউৰ নেতৃত্বত গঢ়ি উঠা আন্দোলনলৈ সামাজিক সংগঠন মহাদলিত পৰিসংঘৰ বঙাইগাঁও জিলা সমিতিয়ে সক্ৰিয় সহযোগিতা কৰাৰ বাবে চি আই টি ইউৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছে সংগঠনটোৰ জিলা সমিতিক ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd