DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এতিয়াৰ পৰা হোৱাটছএপৰ যোগেদি বুকিং কৰিব পাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ: মুকলি কৰা হৈছে এটা নম্বৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2020 8:19 am
LPG-1-770x433
12.3k
VIEWS
Share on FacebookShare on Twitter

এতিয়াৰে পৰা উপভোক্তাসকলে ভাৰত পেট্ৰ’লিয়ামৰ ৰন্ধন গেছৰ ছিলিণ্ডাৰ হোৱাটছএপৰ যোগেদি বুকিং কৰিব পাৰিব।

এই ব্যৱস্থা কৰিছে ভাৰত পেট্ৰ’লিয়াম ক’ৰ্পৰেশ্যন লিমিটেডে।

‘এতিয়া (মঙলবাৰৰ) পৰা দেশজুৰি থকা ভাৰত গেছ(LPG ব্ৰেণ্ডৰ নাম)ৰ গ্ৰাহকসকলে হোৱাটছএপৰ জৰিয়তে মেছেজ কৰি গেছৰ ছিলিণ্ডাৰ বুকিং কৰিব পাৰিব।’ গ্ৰাহকৰ বাবে হোৱাটছএপ বুকিঙৰ সুবিধা মুকলি কৰি প্ৰতিষ্ঠানটোৱে এইদৰে কয়।

‘সকলোৱে হোৱাটছএপ ব্যৱহাৰ কৰে, যুৱ প্ৰজন্মৰ পৰা বয়স্ক প্ৰজন্মৰলৈকে। হোৱাটছএপে আমাক গ্ৰাহকৰ কাষলৈ লৈ যাব।’ প্ৰতিষ্ঠানটোৰ কাৰ্যবাহী পৰিচালন পীতাম্বৰণে এইদৰে কয়।

লগতে তেওঁ আৰু কয় যে, ‘গ্ৰাহকে হোৱাটছএপৰ জৰিয়তে ছিলিণ্ডাৰ বুকিং কৰাৰ লগে লগে বুকিং নিশ্চিতকৰণৰ এটা মেচেজ পাব আৰু সেই মেচেজৰ লিঙ্কৰ জৰিয়তে আগ্ৰিম বিলো পৰিশোধ কৰিব পাৰিব গ্ৰাহকসকলে।’

‘ইয়াৰ দ্বাৰা আমাৰ গ্ৰাহকসকলক ডিজিটেল প্ৰেমেন্টৰ বাবে উৎসাহিত কৰাও হ’ব।’ তেওঁ কয়।

হোৱাটছএপৰ জৰিয়তে ভাৰত ছিলিণ্ডাৰ বুকিং কৰিবলৈ  BPCL স্মাৰ্টলাইন নম্বৰ ১৮০০২২৪৩৪৪ টো গ্ৰাহকে নিজৰ স্মাৰ্টফোনত চেভ কৰি পঞ্জীয়ন কৰি ল’ব লাগিব।

আৰু এই নম্বৰলৈ ‘BOOK’ অথবা ‘1’ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব আৰু লগে লগে গ্ৰাহকে বুকিং নিশ্চিকৰণৰ এটা মেচেজ লাভ কৰিব।

Recent News

দিখৌত জাপ দি আত্মহত্যা কৰা শিৱসাগৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ ঘটনাৰ নতুন মোৰ; মাতৃৰ এজাহাৰ

দিখৌত জাপ দি আত্মহত্যা কৰা শিৱসাগৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ ঘটনাৰ নতুন মোৰ; মাতৃৰ এজাহাৰ

Assam HS results 2022: ২৭জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল; জনালে মুখ্যমন্ত্ৰীয়ে

Assam HS results 2022: ২৭জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল; জনালে মুখ্যমন্ত্ৰীয়ে

আমেৰিকা যুক্তৰাষ্ট্ৰত বাতিল কৰা হৈছে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰত বাতিল কৰা হৈছে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ

Rahul Gandhi’s office attacked: কেৰালাত ৰাহুল গান্ধীৰ সাংসদ কাৰ্যালয়ত এছএফআইৰ তাণ্ডৱ; চিপিআইএমৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছৰ

Rahul Gandhi’s office attacked: কেৰালাত ৰাহুল গান্ধীৰ সাংসদ কাৰ্যালয়ত এছএফআইৰ তাণ্ডৱ; চিপিআইএমৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd