• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী গ্ৰন্থমেলাৰ প্ৰথম দিনটোতে লেখক টুনুজ্যোতি গগৈৰ গ্ৰন্থ উন্মোচন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2018 11:44 pm
Tunujyoti_Book Release

লেখক টুনুজ্যোতি গগৈৰ গ্ৰন্থ উন্মোচনৰ দৃশ্য।

338
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হোৱা প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা প্ৰাংগণত লেখক টুনুজ্যোতি গগৈৰ এখন গ্ৰন্থ উন্মোচন হয়। ‘আমাৰ অসম : সপোন, বাস্তৱ আৰু সংগ্ৰাম’ নামৰ এই গ্ৰন্থখন উন্মোচন কৰে  লেখক পৰমানন্দ মজুমদাৰ আৰু সাংবাদিক মনোৰম গগৈয়ে৷

AmarAsom

অসমৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিয়ে অসম আৰু অসমীয়া জাতিলৈ অস্তিত্বৰ সংকট কঢ়িয়াই অনাৰ মুহূৰ্তত অসমীয়াৰ সংজ্ঞা, অসমীয়া জাতীয়তাবাদ নিৰ্মাণৰ পটভূমি, জাতিগঠন প্ৰক্ৰিয়াত ৰৈ যোৱা ত্ৰুটি-বিচ্যুতি, অসমৰ জনগোষ্ঠীসমূহৰ আত্মসবলীকৰণৰ প্ৰয়াস, বৃহত্তৰ অসমীয়া জাতিৰ সমস্যা আৰু জাতিটোৰ অন্তৰ্ভুক্ত ভিন্ন জনগোষ্ঠীবোৰৰ সমস্যা, অসমৰ প্ৰতি কেন্দ্ৰৰ চৰকাৰবোৰৰ দৃষ্টিভংগি আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত লেখকৰ বিশ্লেষণাত্মক প্ৰবন্ধই গ্ৰন্থখনত ঠাই পাইছে।

গ্ৰন্থখনত সন্নিৱিষ্ট ৰচনাবোৰত লেখক গগৈক পাঠকে এজন প্ৰগতিশীল চিন্তাৰ ব্যক্তি হিচাপে বিচাৰি পোৱাৰ লগতে অসমৰ পৃষ্ঠভূমিত ৰাজনৈতিক-সামাজিক আৰু অৰ্থনৈতিক গুৰুত্ব থকা বহুকেইটা প্ৰবন্ধত তেওঁৰ চিন্তাৰ পৰিপক্বতাও বিচাৰি পোৱাৰ সম্ভাৱনা আছে।

গ্ৰন্থখন প্ৰকাশ কৰিছে জালুকবাৰীৰ পূৰ্বায়ণ প্ৰকাশনে। গ্ৰন্থমেলাত থকা পূৰ্বায়ণ প্ৰকাশনৰ বিপণিত গ্ৰন্থখন উপলব্ধ হ’ব বুলি প্ৰকাশন গোষ্ঠীটোৱে জানিবলৈ দিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd