• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

দিনটো ক্লান্তি অনুভৱ কৰি থাকে নেকি? আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই ৭টা পুষ্টিকৰ খাদ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2025 7:00 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাতিপুৱা উঠি ক্লান্তি অনুভৱ কৰে নেকি? দুপৰীয়াৰ আহাৰৰ পিছত শক্তিহীনতাৰ সমস্যা হয় নেকি? এনে সমস্যাৰ পৰা হাত সাৰিবলৈ আপোনাৰ খাদ্য তালিকাত কিছু পুষ্টিকৰ আৰু সুস্বাদু খাদ্য অন্তৰ্ভুক্ত কৰক। এই খাদ্যই আপোনাৰ শক্তিৰ মাত্ৰা বৃদ্ধি কৰি দিনটো সক্ৰিয়ভাৱ ৰাখিব। কফিৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে, এই সাতটা পুষ্টিকৰ খাদ্যই আপোনাক দীৰ্ঘস্থায়ী শক্তি প্ৰদান কৰিব।

কল : কলত আঁহ, ভিটামিন, পটাছিয়াম আৰু কাৰ্বহাইড্ৰেট থাকে, যিয়ে দ্ৰুত শক্তি প্ৰদান কৰে। U.S. কৃষি বিভাগৰ তথ্য অনুসৰি কলত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন, পটাছিয়াম আৰু কাৰ্বহাইড্ৰেট থাকে এই সকলোবোৰে আপোনাক ভাগৰ দূৰ কৰাত সহায় কৰিব।

Apply Now


বাদাম : আলমণ্ড, আখৰোট, কাজু আদি বাদামত স্বাস্থ্যকৰ চৰ্বি, প্ৰটিন আৰু আঁহ থাকে, যিয়ে আপোনাক শক্তিৰ মাত্ৰা বজাই ৰখাত সহায় কৰিব পাৰে আৰু গোটেই দিনটো আপোনাৰ শৰীৰ সৱল কৰি ৰাখিব।


ওটছ : ওটছত আঁহ আৰু প্ৰটিন থাকে, যিয়ে তেজৰ ছুগাৰ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে অৰু শৰীৰ ক্লান্তি দূৰ কৰে।


চর্বিহীন প্ৰটিন : চর্বিহীন প্ৰটিনে আপোনাৰ ভাগৰুৱা সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে! কুকুৰা, কণী, মাছ, টোফু আদিয়ে পেশীৰ শক্তি বজাই ৰাখে আৰু দীৰ্ঘ সময়ৰ বাবে সৱল ৰাখে আৰু হজম শক্তি উন্নত কৰে, হঠাতে গ্লুক’জৰ বৃদ্ধি ৰোধ কৰাৰ লগ্পুতে ষ্টিহীনতা ৰোধ কৰে।


গোটা শস্য : পুৱাৰ আহাৰত ব্ৰাউন ৰাইচ,অটমিলৰ দৰে গোটা শস্য অন্তৰ্ভুক্ত কৰিলে আপোনাৰ শক্তিৰ মাত্ৰা বৃদ্ধি কৰাত সহায়ক হ’ব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত হজম শক্তি ভাল হয়, যিয়ে ৰাতিপুৱাৰ লেহেমীয়া হোৱাৰ পৰা হাত সাৰিবলৈ সহায় কৰিব পাৰে।


কেফেইনবিহীন পানীয় : শক্তি কম হ’লে আপুনি কিমান সঘনাই কফি খায়? অত্যধিক কেফেইন সেৱন কৰিলে তীব্ৰ ভাগৰুৱা, মূৰৰ বিষ, টোপনিৰ সমস্যা আদি হ’ব পাৰে। ডিকেফেইনযুক্ত কফি,চেনি নিদিয়া চাহ, পানী খালে ভাল। যিয়ে ক্লান্তি আৰু টোপনিৰ সমস্যা হ্ৰাস কৰে।


ফলমূল আৰু শাক-পাচলি : অত্যাৱশ্যকীয় ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ বতৰৰ ফল-মূল খালে ক্লান্তিৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক হ’ব পাৰেফলমূল আৰু শাক-পাচলিত ভিটামিন আৰু খনিজ থাকে, যিয়ে প্ৰতিদিন ৪০০ গ্ৰাম খালে শক্তি বৃদ্ধি কৰে।

এই খাদ্যসমূহ আপোনাৰ দৈনন্দিন খাদ্যত অন্তৰ্ভুক্ত কৰিলে আপুনি গোটেই দিনটো সতেজ আৰু সক্ৰিয় অনুভৱ কৰিব। স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ জৰিয়তে আপুনি ৰাতিপুৱাৰ মন্থৰতা আৰু দুপৰীয়াৰ ক্লান্তিৰ পৰা মুক্তি পাব। তেন্তে আজিয়েই এই পুষ্টিকৰ খাদ্যৰ পৰা আৰম্ভ কৰক আৰু আপোনাৰ শক্তিৰ মাত্ৰা বৃদ্ধি কৰক!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd