• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সীমান্তত পাকিস্তানী ড্ৰ’ন গুলীয়াই বাগৰালে বি এছ এফে: উদ্ধাৰ ৫ কিলো হেৰ’ইন, পিষ্টলসহ বিস্ফোৰক সামগ্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2023 5:51 pm
BSF Intercepts Pak Drone In Punjab
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱৰ পাকিস্তান সীমান্তত আজি এক পাকিস্তানী ড্ৰ’নৰ পৰা সীমান্ত সুৰক্ষা বাহিনী পঞ্জাব ফ্ৰন্টিয়াৰে উদ্ধাৰ কৰিছে ৫ কিলোগ্ৰামতকৈও অধিক হেৰ’ইনৰ লগতে পিষ্টলসহ বহু বিস্ফোৰক সামগ্ৰী। এই ঘটনা সংঘটিত হৈছে অমৃতসৰৰ ভিলেজ চক আল্লাহ বক্সত।

বি এছ এফ পঞ্জাব ফ্ৰন্টিয়াৰে এক টুইট যোগে এই বিষয়ে সদৰী কৰাৰ লগতে উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ছবিও প্ৰকাশ কৰিছে। টুইটটোত উল্লেখ কৰা মতে, আজি পুৱাৰ ভাগত পাকিস্তানী ড্ৰ’নখনে ভাৰতীয় আকাশমাৰ্গ উলংঘা কৰা পৰিলক্ষিত কৰি বি এছ এফে গুলীয়াই বাগৰাই দিয়ে।

Apply Now

অনুসন্ধানৰ পিছত বি এছ এফ পঞ্জাব ফ্ৰন্টিয়াৰৰ সৈন্যই ড্ৰ’নখনৰ পৰা এটা পিষ্টল, ২টা মেগাজিন, ২০ জাঁই সজীৱ গুলী, আৰু ৫.২৪০ কিলোগ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে। এই সামগ্ৰীসমূহ ড্ৰ’নৰ জৰিয়তে ভাৰতলৈ চোৰাং সৰবৰাহ কৰা বুলি নিশ্চিতি দিছে বি এছ এফে।

 

🚨🚨🚨
𝐏𝐢𝐬𝐭𝐨𝐥 𝐚𝐧𝐝 𝟓.𝟐𝟒𝟎𝐤𝐠 𝐇𝐞𝐫𝐨𝐢𝐧 𝐫𝐞𝐜𝐨𝐯𝐞𝐫𝐞𝐝 𝐛𝐲 𝐁𝐒𝐅

In the early morning hours of 26th November, a Pakistani drone violated Indian airspace, which was intercepted by #AlertBSF troops with firing. During the search operation, @BSF_Punjab troops… pic.twitter.com/dD1dYL31V0

— BSF PUNJAB FRONTIER (@BSF_Punjab) November 26, 2023

উল্লেখ্য যে, সীমান্ত সুৰক্ষা বাহিনীয়ে চলিত বৰ্ষৰ গত ১০ মাহত ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰা ৬৯ খন পাকিস্তানী ড্ৰ’ন ধ্বংস কৰি চোৰাংভাৱে ভাৰতলৈ নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ প্ৰচেষ্টাক বিফল কৰি তুলিছে বুলি তথ্য প্ৰকাশ কৰিছে।

তথ্য অনুসৰি চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত পঞ্জাৱ, ৰাজস্থান, আৰু জম্মু সীমান্তৰ মাজেৰে যোৱা ভাৰতৰ পশ্চিম সীমান্তত বি এছ এফে মুঠ ৬৯ খন এনে ড্ৰ’ন জব্দ কৰে।

এই ৬৯খন ড্ৰোনৰ ভিতৰত ৬০খন পঞ্জাৱ সীমান্তৰ পৰা আৰু ৯খন ৰাজস্থান সীমান্তৰ পৰা জব্দ কৰা হৈছে। অক্টোবৰ মাহত সৰ্বাধিক ২১খন ড্ৰোন জব্দ কৰা হৈছিল। ইয়াৰে পঞ্জাৱৰ পৰা ১৯খন আৰু ৰাজস্থান সীমান্তৰ পৰা ২খন ড্ৰ’ন জব্দ হৈছিল।

আনহাতে, প্ৰকাশিত তথ্য অনুসৰি ২০২০ চনৰ ১ জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ ৩১ অক্টোবৰলৈকে মুঠ ৯৩খন ড্ৰ’ন জব্দ কৰিছে বি এছ এফে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd