DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰত- বাংলাদেশ সীমান্তৰ বজাৰ পুনৰ মুকলি কৰাৰ পক্ষত অৰ্থনৈতিক বিশেষজ্ঞ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2020 3:19 pm
Border-Hatt-750x375
239
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছৰ মহাসংক্ৰমণৰ বাবে চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা বন্ধ কৰি দিয়া হৈছে ভাৰত-বাংলাদেশ সীমান্তৰ কেবাখনো অতি গুৰুত্বপূৰ্ণ বজাৰ।

ইয়াৰ ফলত বাৰুকৈয়ে ক্ষতিৰ সন্মুখীন হবলগীয়া হৈছে সীমান্তত বাস কৰা লোক সকল। সীমান্তৰ অতি দুৰ্গম অঞ্চলত বাস কৰা লোক সকলে সীমান্তৰ বজাৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই ইমান দিনে চলি আহিছে।

তেনে পৰিস্থিতিত বজাৰ সমূহ বন্ধ হৈ থকাত খাদ্য বস্তুকে ধৰি অন্যান্য সামগ্ৰীৰ নাটনিত ভুগিবলগীয়া হৈছে সীমান্তবাসী।উল্লেখ্য ২০১১,২০১২, ২০১৫ চনত ভাৰত-বাংলাদেশ সীমান্তত ৪খনকৈ বজাৰ স্থাপন কৰা হৈছিল।

বৰ্তমান সেই চাৰিওখন বজাৰেই বন্ধ হৈ আছে। এনে পৰিস্থিতিত ভাৰত-বাংলাদেশৰ বহু কেইগৰাকী অৰ্থনৈতিক বিশেষজ্ঞই কেতবোৰ বিশেষ নীতি-নিয়মৰ মাজেৰে বজাৰ সমূহ খোলাৰ বিষয়ত জোৰ দিছে।

বাংলাদেশ বেংকৰ প্ৰাক্তন গভর্ণর  আতিউৰ ৰহমানে এই প্ৰসংগত কৈছে যে সীমান্তৰ বজাৰ সমূহত দুয়োখন দেশৰ লোকে পৰম্পৰাগত ভাৱে সামগ্ৰীৰ আদান-প্ৰদান কৰি আহিছে।

তেনেস্থলত বজাৰ সমূহ বন্ধ কৰি ৰখাৰ প্ৰশ্ন নুঠে। তেওঁ উন্নয়ন সমন্বয় নেমৰ এটা বেচৰকাৰী সংগঠনৰো মুৰব্বী পদত আছে।

জয়পুৰস্থিত কাটছ ইন্টাৰনেছনেলৰ সঞ্চালক বিপুল চেটাৰ্জীয়েও সীমান্তৰ বজাৰ সমূহ চৰকাৰী নীতি-নিয়ম মানি খুলি দিয়াৰ সপক্ষে মত দিছে।

Recent News

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

World War II bombs found

মণিপুৰত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ দুটা বোমা: নিৰাপদে নিষ্ক্ৰিয় কৰিলে আৰক্ষীয়ে

UP Couple Kills Daughter

অ’নাৰ কিলিং! গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ বাবেই যুৱতীক হত্যা নিজ পিতৃ-মাতৃৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd