• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফ্লেগ মিটিঙলৈ মাটি বাংলাদেশ ব’ৰ্ডাৰ গাৰ্ডৰ গুলীচালনা; চহিদ বি এছ এফৰ এজন জোৱান

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2019 7:14 pm
BSF Jawan

মৃত্যু হোৱা বি এছ এফৰ জোৱান গৰাকী, ফটো সৌজন্য-এন ডি টিভি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত-বাংলাদেশ সীমান্তৰ মুৰ্শিদাবাদ অঞ্চলত বাংলাদেশ ব’ৰ্ডাৰ গাৰ্ডৰ গুলীত আজি বি এছ এফৰ হেড কনিষ্টবল বিজয়ভান সিঙ চহিদ হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হয় আন এগৰাকী বি এছ এফৰ জোৱান।

জানিব পৰা মতে, বাংলাদেশ ব’ৰ্ডাৰ গাৰ্ডৰ আমন্ত্ৰণ ক্ৰমে ফ্লেগ মিটিঙত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত বি এছ এফৰ এটা দলৰ ওপৰত বাংলাদেশ ব’ৰ্ডাৰ গাৰ্ডে গুলীচালনা কৰে আৰু এই গুলীচালনাত বি এছ এফৰ কনিষ্টবল গৰাকী চহিদ হয়।

Apply Now

এই ঘটনাক কেন্দ্ৰ কৰি ভাৰত-বাংলা সীমান্তত উত্তেজনা বৃদ্ধি পোৱাৰ লগতে সীমান্তত ভাৰতৰ তৰফৰ পৰা নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

বৃহস্পতিবাৰে তিনিগৰাকী ভাৰতীয় মাছমৰীয়াই পদ্মা নদীত মাছ ধৰিবলৈ যোৱাক কেন্দ্ৰ কৰি এনে দুৰ্ভাগ্যজনক ঘটনাৰ সুত্ৰপাত হয়।

বৃহস্পতিবাৰে ৰাতিপুৱাৰ ভাগত পদ্মা নদীত মাছ ধৰিবলৈ যোৱা তিনিগৰাকী ভাৰতীয় মাছমৰীয়াক বাংলাদেশ ব’ৰ্ডাৰ গাৰ্ডে আটক কৰে আৰু ইয়াৰ দুগৰাকীক মুকলি কৰি এজনক বন্দী কৰি ৰাখে।

মুকলি হোৱা মাছমৰীয়া দুজনে সমগ্ৰ ঘটনা বি এছ এফৰ আগত বৰ্ণনা কৰাৰ পাছত বি এছ এফৰ তৰফৰ পৰা বাংলাদেশ ব’ৰ্ডাৰ গাৰ্ডৰ সৈতে যোগাযোগ কৰা হয় আৰু তেওঁলোকৰ তৰফৰ পৰা বি এছ এফক ফ্লেগ মিটিঙৰ বাবে অনুৰোধ জনায়।

বাংলাদেশ ব’ৰ্ডাৰ গাৰ্ডৰ অনুৰোধ ক্ৰমে ফ্লেগ মিটিঙত অংশগ্ৰহণ কৰিব যোৱা বি এছ এফৰ জোৱানৰ ওপৰত মিটিঙ আৰম্ভ হোৱাৰ পূৰ্বে বাংলাদেশ ব’ৰ্ডাৰ গাৰ্ডে গুলীচালনা কৰে আৰু এই গুলীচালনাত বি এছ এফৰ কনিষ্টবল গৰাকী চহিদ হয় আৰু এজন জোৱান গুৰুতৰভাৱে আহত হয়।

বি এছ এফৰ তৰফৰ পৰা সমগ্ৰ ঘটনাক তীব্ৰ নিন্দা কৰি বাংলাদেশৰ পৰা এনেধৰণৰ ঘটনা আশা কৰা হোৱা নাছিল বুলি উল্লেখ কৰি এনে কাৰ্য্যৰ দ্বাৰা বাংলাদেশে সীমান্তত যুদ্ধ বিৰতি উলংঘা কৰিছে বুলি অভিযোগ কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd