• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Boris Johnson vs Rishi Sunak: বৈৰীবন্ধু! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ ঋষি ছুনাকৰ বিৰুদ্ধে বৰিছ জনছনে এয়া কৰিছে কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 16, 2022 8:31 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Boris Johnson vs Rishi Sunak ঋষি ছুনাক সম্প্ৰতি ব্ৰিটেইনৰ ৰাজনীতিত এক বহুচৰ্চিত নাম। শেহতীয়াকৈ দেশখনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ বিৰুদ্ধে অনাস্থা আনি পদত্যাগ কৰি এক আলোড়নৰ সৃষ্টি কৰে। তেওঁ বৰিছ জনছনৰ এজন অন্যতম সমৰ্থক আছিল। কিন্তু ঋষিয়েই পদত্যাগ কৰে। বিত্ত মন্ত্ৰী চাজিদ জাভিদেও একেদিনাই পদত্যাগ কৰে আৰু তাৰপিছতে পদত্যাগটো ব্ৰিটেইন চৰকাৰত পদত্যাগৰ জোৱাৰ উঠে।

বৰিছ জনছনে এতিয়া তেওঁৰ চকী হেৰুওৱাৰ পিছত তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী হিচাপে কাম চলাইছে। বৰিছে এতিয়া দলটোৰ ঘনিষ্ঠ লোকসকলক ক’বলৈ আৰম্ভ কৰিছে যে যিয়েই নহওঁক ঋষি ছুনাকক যাতে প্ৰধানমন্ত্ৰী কৰা নহয়।

লগতে পঢ়ক: বিশ্বনাথ আৰক্ষীৰ অভিযানত উৎখাত জাল নোট, নকল সোণৰ ব্যৱসায়ী চক্ৰ; ৫জনক আটক

বিভিন্ন আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত এইটো দাবী কৰা হৈছে।

ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান ইনফোচিছৰ মুৰব্বী নাৰায়ণ মূৰ্তিৰ জোঁৱায়েক ঋষি ছুনাক এতিয়ালৈকে কনজাৰ্ভেটিভ দলৰ নেতা হিচাপে ভোট দান হোৱা পৰ্যায়কেইটাত প্ৰধানমন্ত্ৰীৰ দৌৰত স্পষ্টভাৱে আগবাঢ়ি আছে। কিন্তু ইয়াত আনন্দি হ’ব পৰা নাই বৰিছ জনচন।

বৰিছে অৱশ্যে ৰাজহুৱাভাৱে ঋষিৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী হ’ব পৰা আন কাৰো নাম লোৱা নাই। ঘনিষ্ঠ সূত্ৰৰ মতে প্ৰধানমন্ত্ৰী হিচাপে লিজ ট্ৰাছ তেওঁৰ প্ৰথম পছন্দ। তেওঁ শপত গ্ৰহণ কৰাৰ পিছতে তেওঁক বৈদেশিক মন্ত্ৰী কৰিছিল। তদুপৰি, তেওঁৰ প্ৰিয় তালিকাত আছে পেনি মৰ্ডাণ্ট।

লগতে পঢ়ক: SEBA ৰ কাণ্ডজ্ঞানহীনতা! গণিতত ৫৩ নম্বৰ পোৱা ছাত্ৰই ১০০ নম্বৰৰে লাভ কৰিলে অসমৰ ভিতৰত দশম স্থান

আন যিয়েই নহওক ‘ঋষি যাতে কেতিয়াও নহয়’ বুলি সহকৰ্মীসকলক আহ্বান জনোৱাৰ কথাসংবাদ মাধ্যমবোৰে দাবী কৰিছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বৰিছৰ অনুগামীসকলে ইতিমধ্যে “গোপনে” ঋষিৰ বিৰুদ্ধে এক শক্তিশালী অভিযান আৰম্ভ কৰিছে। অৱশ্যে ঋষিৰ পদত্যাগৰ কেইমিনিটমানৰ ভিতৰতে বৰিছৰ মন্ত্ৰীসভাৰ আন এজন মন্ত্ৰী চাজিদ জাভিদেও পদত্যাগ কৰে। কিন্তু ব্ৰিটেইনৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ তেওঁৰ বিৰুদ্ধে কোনো বিদ্বেষ নাই।

লগতে পঢ়ক: দায়িত্বজ্ঞানহীন ছেবা: বিজ্ঞানত ৬৭ নম্বৰ পোৱা ছাত্ৰীৰ পুনৰীক্ষণত ওলাল ৯৯ নম্বৰ; ৰাজ্যৰ ভিতৰতে লাভ কৰিলে ষষ্ঠ স্থান

বৰিছে বিশ্বাস কৰে যে ১০ ডাউনিং ষ্ট্ৰীটৰ পৰা তেওঁক বাহিৰ কৰি পঠোৱাৰ আঁৰত তেওঁৰ প্ৰাক্তন বিত্ত মন্ত্ৰী ঋষি ছুনাকৰ হাত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd