• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘বৰনদী ভটিয়ায়’লৈ শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 27, 2019 10:20 am

1 min read

bornodi-bhotiai-new
360
VIEWS
Share on FacebookShare on Twitter

চতুৰ্থ সংখ্যক শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা ২০১৯ত অনুপম কৌশিক বৰাৰ ‘বৰনদী ভটিয়ায়’ চিনেমাখনক শ্ৰেষ্ঠ চিনেমা হিচাপে নিৰ্বাচিত কৰা হৈছে।

বৃহস্পতিবাৰে শৈলধৰ বৰুৱা স্মাৰক ন্যাসৰ কৰ্মকৰ্তাই গুৱাহাটীত এই ঘোষণা কৰে।

এই ছবিখনৰ প্ৰযোজনাও কৰিছিল অনুপম কৌশিক বৰা।

ইফালে ‘কানীন’ চিনেমাখনৰ বাবে মঞ্জুল বৰুৱাক শ্ৰেষ্ঠ পৰিচালক, বড়ো চিনেমা ‘Jwlwi-The Seed’ৰ বাবে ৰজনী বসুমতাৰীক শ্ৰেষ্ঠ স্ক্ৰিন ৰাইটাৰ আৰু কুৱান বে’ক আমিষ চিনেমাৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে নিৰ্বাচিত কৰা হৈছে।

ইফালে আমিষ চিনেমাৰ বাবেই গৌতম নায়াৰক শ্ৰেষ্ঠ চাউণ্ড ডিজাইনাৰ আৰু একেখন চিনেমাতে অভিনয় কৰা লীমা দাসক শ্ৰেষ্ঠ মহিলা অভিনেত্ৰীৰ বঁটাৰ বাবে মনোনীত হৈছে।

‘গোৱৰ্ধন চৰিত’ত কৰা সাৱলীল অভিনয়ৰ বাবে অৰুন হাজৰিকাক নিৰ্বাচিত কৰা হৈছে শ্ৰেষ্ঠ পুৰুষ অভিনেতা হিচাপে।

‘পখিলাৰ পাখি’ চিনেমাখনৰ বাবে পাপৰি শইকীয়াৰ লগতে ‘শৈশৱতে ধেমালীতে’ চিনেমাখনত অভিনয় কৰা শিশু অভিনেতায মহাৰ্নৱ মহন্ত, ঋষিৰাজ বৰুৱা আৰু জিয়া বৰুৱাই বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

এই বঁটা সমূহ অহা ১০ জানুৱাৰিত প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd