• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাৰ্ট এটেক! দলক জিকাই ক্ৰীজতেই ঢলি পৰিল; খেলপথাৰতে মৃত্যুক সাৱটিলে ক্ৰিকেটাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 13, 2025 3:22 pm
108
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খেলৰ সময়ত অপ্ৰত্যাশিত ঘটনা সংঘটিত হোৱাটো নতুন কথা নহয়। এই ঘটনাবোৰে খেলৰ আনন্দক ম্লান কৰি পেলায়। এইবাৰ উত্তৰ প্ৰদেশত এনে এটা ঘটনা সংঘটিত হৈছে। বলিং কৰাৰ পিছত ক্ৰীজতেই হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি লয় এজন ক্ৰিকেটাৰে।

উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ বিলাৰী ব্লকত ইউ পি ভেটেৰান্স ক্ৰিকেটৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই খেলখন। মোৰাদাবাদ আৰু সম্বলে অংশগ্ৰহণ কৰে। মেচখনত জয়ী হ’বলৈ সম্বলক ৪ টা বলত ১৪ ৰানৰ প্ৰয়োজন হৈছিল। আহমাৰ খানে বলিং কৰি আছিল। বাওঁহতীয়া পেচাৰ আহমাৰ খানে মাত্ৰ ১১ ৰান দি দলটোক জয়ী। তাৰপিছতেই ঘটিল অভাৱনীয় ঘটনাটো।

Apply Now

ভিডিঅ’টোত দেখা গৈছে যে শেষৰ বলটো আহমাৰ খানে বল কৰিছিল, যিটো বেটছমেনে লেগ চাইডৰ ফালে খেলিছিল আৰু সেয়া ফোৰ হৈছিল। কেমেৰাটো আহমাৰ খানৰ ফালে ঘূৰোৱাত দেখা গ’ল যে তেওঁ বলটো এৰি দিয়েই ক্ৰীজত বহি পৰিল আৰু তাৰ পিছত ক্ৰীজতে ঢলি পৰিল।

তেওঁৰ দলটোৱে জয়লাভ কৰাৰ লগে লগে তেওঁৰ সতীৰ্থসকলে উদযাপন কৰিবলৈ আৰম্ভ কৰিলে, কিন্তু তেওঁলোকে আহমাৰক দেখি লৰালৰিকৈ দৌৰি আহিল। তেওঁ কোনো সঁহাৰি দিয়া নাছিল। উপস্থিত লোকে খেলপথাৰতে চিপিআৰ দিবলৈ ধৰে।

তাৰ পিছতে তেওঁক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ঘটনাৰ সময়ত স্থানীয় বিধায়ক হাজী মহম্মদ ফাহিম ইৰফানেও অতিথি হিচাপে খেলপথাৰত উপস্থিত আছিল। এই ঘটনাক লৈ তেওঁ শোক প্ৰকাশ কৰে।

मैच की आखिरी बॉल विनिंग थी. अहमद खान ने दौड़कर बॉल डाली और पिच पर लेट गये. टीम जीत गयी और अहमद खान जिंदगी का मैच हार गये. मैच की आखिरी बॉल पर उन्हें हार्टअटैक आया था

यह घटना #मुरादाबाद के बिलारी शुगरमिल क्रिकेट मैदान की है pic.twitter.com/tnw3zb8im7

— Narendra Pratap (@hindipatrakar) October 13, 2025

মোৰাদাবাদৰ একতা বিহাৰ অঞ্চলৰ বাসিন্দা আছিল আহমাৰ খান। তেওঁৰ পৰিয়ালত আছে পত্নী, দুটা সন্তান আৰু এগৰাকী ভগ্নী। তেওঁৰ মৃত্যুৰ খবৰে স্থানীয় ক্ৰীড়াক্ষেত্ৰখনত আৰু পৰিয়ালত শোকৰ ছাঁ পেলাইছে। মৃতকৰ বয়সৰ বিষয়ে জানিব পৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd