DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টুইটাৰ ট্ৰেণ্ডৰ শীৰ্ষত “বয়কট পতঞ্জলি প্ৰডাক্টছ”; প্ৰডাক্টৰ লগতে ৰামদেৱকো তুলধূনা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2019 9:38 pm
Patanjali Products

প্ৰতিনিধিত্বমূলক ছবি। উৎস : ইণ্টাৰনেট।

1.4k
VIEWS
Share on FacebookShare on Twitter

টুইটাৰ ট্ৰেণ্ডৰ ভাৰতীয় শিতানত আজি ৰামদেৱৰ পতঞ্জলি সামগ্ৰী বৰ্জন কৰি আহ্বান জনাই সৃষ্টি কৰা এটা হেছটেগ #BoycottPatanjaliProducts শীৰ্ষৰ ফালে চলি থকা দেখা গৈছে।

যোগগুৰুজনৰ মালিকানাধীন পতঞ্জলি কোম্পানিটোৰ দ্বাৰা উৎপাদিত সামগ্ৰীবোৰ কিমান ভুৱা আৰু নকলী তাৰ অনেক বিৱৰণ আৰু মন্তব্য, ছবি আদি টুইটাৰ য়ুজাৰসকলে ব্যাপক হাৰত শ্বেয়াৰ কৰা দেখা গৈছে।

য়ুজাৰসকলে এই হেছটেগৰ অধীনত কেৱল কোম্পানিটোৰ সামগ্ৰীৰে নহয়, ৰামদেৱৰো বিভিন্ন সাম্প্ৰদায়িক, ঘৃণাবাহক মন্তব্যবোৰক টানি অনা দেখা গৈছে।

তেওঁ জনজাতীয় লোকৰ বিৰুদ্ধে কৰা বিদ্বেষমূলক মন্তব্য, ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে কৰা মন্তব্য, মিছা দাবী, মিছা তথ্যৰ প্ৰচাৰ আদি কাৰ্য্যক ইতিকিং কৰা হৈছে।

Sugar crystals being sold in the name of honey. Stop fooling innocent ppl merely 4 ur financial gains.

Ramvdev chor hai #BoycottPatanjaliProducts
pic.twitter.com/lBmjSdWKgC

— The Dalit Voice (@ambedkariteIND) November 16, 2019

এজনে হেছটেগটো ব্যৱহাৰ কৰি কৈছে, “বৰ্জন কৰিব লাগে এইবাবে যে কানিয়া ৰামদেৱে আমাৰ বহুজন মূল নিৱাসী আন্দোলন আৰু পেৰিয়াৰক বিদ্ৰূপ কৰিছিল আৰু সংগঠনটোক সন্ত্ৰাসবাদী সংগঠন বুলি কৈছিল।”

পতঞ্জলিৰ সামগ্ৰী খাই পৰিয়ালটো অসুস্থ হৈ পৰা বুলি দাবী কৰি আন এজনৰ মন্তব্য, “নিশ্চিতভাৱে এইজনৰ প্ৰডাক্তবোৰ নিষিদ্ধ কৰিব লাগে। দুবছৰ পূৰ্বেই নিষিদ্ধ কৰিব লাগিছিল। মই সকলোকে এইটো বৰ্জন কৰিবলৈ কওঁ”।

“Yes he cheats and his honey is horrible” আন এজনৰ মন্তব্য।

এখন প্ৰাসংগিক ছবিৰ সৈতে এজন য়ুজাৰৰ মন্তব্য, “Sugar crystals being sold in the name of honey. Stop fooling innocent ppl merely 4 ur financial gains.”

পতঞ্জলি আয়ুৰ্বেদ লিমিটেড নামৰ ৰামদেৱৰ এই কোম্পানিটো ২০০৬ চনত স্থাপন কৰা হৈছিল আৰু ইয়াৰ বৰ্তমানৰ মূলধনৰ পৰিমাণ ৪ হাজাৰ কোটি টকাৰো বেছি।

Recent News

Independence day

স্বাধীনোত্তৰ ভাৰতৰ পাঁচ ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সিদ্ধান্ত

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

Independence Day

বিজ্ঞান আৰু প্ৰযুক্তিৰ ৭৫ বছৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd