• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীৰ ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টত ভয়ংকৰ অগ্নিকাণ্ড: ভস্মীভূত ৰাজ্যসভাৰ সাংসদসকলৰ বাসগৃহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 18, 2025 9:41 pm
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ ডাঃ বিষ্ণু দাস মাৰ্গত অৱস্থিত ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ৰাজ্যসভাৰ অধিকাংশ সাংসদৰ বাসগৃহ ভস্মীভূত হৈছে। সংসদ ভৱনৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত অৱস্থিত এই এলেকাৰ অট্টালিকাটোত সংঘটিত ঘটনাই স্থানীয় বাসিন্দা আৰু নিৰাপত্তাৰক্ষীৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।

প্ৰাৰম্ভিক তথ্য অনুসৰি, অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পোৱা নাই, আৰু এই অঞ্চলটোত অগ্নিনিৰ্বাপক বাহিনীৰ বিলম্ব হোৱাৰ বাবে এতিয়া বহু প্ৰশ্ন অৱতাৰণা কৰিছে।

Apply Now

জানিব পৰা মতে, অগ্নিকাণ্ড আজি দিনৰ ভাগতে সংঘটিত হৈছিল। ঘটনাস্থলীত উপস্থিত সাক্ষীসকলৰ মতে, অগ্নি সমগ্ৰ অট্টালিকাটোত আৱৰি ধৰে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ ৩০ মিনিটৰ অধিক সময় পাৰ হৈ যোৱাৰ পিছত্হে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহ ঘটনাস্থলীত উপস্থিত হৈছিল। জুই নিয়ন্ত্ৰণৰ বাবে ছটা অগ্নিনিৰ্বাপক ইঞ্জিন মোতায়েন কৰাৰ লগতে বাহিনীয়ে কাম কৰি আছে বুলি জানিব পৰা গৈছে। এতিয়ালৈকে কোনো লোকৰ হতাহতিৰ খবৰ পোৱা নাই, কিন্তু বহুলাখ টকা মূল্যৰ সামগ্ৰী নষ্ট হৈছে বুলি খবৰ পোৱা গৈছে।

#WATCH | A fire broke out at Brahmaputra Apartments in New Delhi. Six vehicles have been dispatched to the spot. Efforts are underway to put out the fire. https://t.co/QfqJWbteUi pic.twitter.com/0RY9JOzGbq

— ANI (@ANI) October 18, 2025

টিএমচিৰ ৰাজ্যসভাৰ সাংসদ সাকেত গোখলেই এক্সত প্ৰকাশ কৰা অনুসৰি দিল্লীৰ বিডি মাৰ্গৰ ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হৈছে। আটাইকেইজন বাসিন্দা ৰাজ্যসভাৰ সাংসদ। সংসদ ভৱনৰ পৰা ২ৰ০০ মিটাৰ দূৰত্বত অট্টালিকাখন। ৩০ মিনিটত অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি পোৱা নাই। জুই এতিয়াও জ্বলি আছে। বাৰে বাৰে ফোন কৰাৰ পিছতো অগ্নিনিৰ্বাপক বাহিনী আহি পোৱা নাই। দিল্লী চৰকাৰ, অলপ চৰম কৰক।”

উল্লেখ্য যে দিল্লীৰ এই অঞ্চলক অতি স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ চৰকাৰী এলেকা বুলি গণ্য কৰা হয়, য’ত ৰাজ্যসভাৰ সাংসদসকলৰ বাসগৃহসমূহ আছে। সেয়েহে অগ্নিকাণ্ডৰ সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ বিলম্ব হোৱাৰ দৰে কাৰ্য্যই নিৰাপত্তা ব্যৱস্থাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। প্ৰাথমিকভাৱে কোনো বৃহৎ ক্ষয়-ক্ষতিৰ খবৰ নাই যদিও আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে তদন্ত আৰম্ভ কৰিছে। অগ্নি নিয়ন্ত্ৰণৰ পিছত ক্ষয়-ক্ষতিৰ পূৰ্ণাঙ্গ মূল্যায়ন কৰা হ’ব বুলি জানিবলৈ দিছে। অৱশ্যে দিল্লী চৰকাৰ আৰু সংশ্লিষ্ট বিভাগসমূহৰ পৰা এতিয়ালৈকে কোনো অফিচিয়েল বিবৃতি প্ৰকাশ পোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd