DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মহানগৰীত বিগত ২৪ ঘন্টাত ১৫ ছেণ্টিমিটাৰ বৃদ্ধি পাইছে লুইতৰ জলস্তৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 30, 2020 2:03 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।

মহানগৰীত বিগত ২৪ ঘন্টাত ১৫ ছেণ্টিমিটাৰ বৃদ্ধি পাইছে লুইতৰ জলস্তৰ।

মহানগৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ৩৮ ছে: মি: ওপৰেৰে বৈ আছে। এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় জলসম্পদ বিভাগৰ কৰ্মচাৰী শৰৎ চন্দ্ৰ কলিতাই।

মহানগৰীত বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ  ৫০.০৬  মিটাৰ৷ ৰাতিপুৱা ৬ বজাৰ পৰা বৰ্তমানলৈ প্ৰায় ৪ ছে: মি বৃদ্ধি পাইছে লুইতৰ জলস্তৰ

২৬ জুনত গুৱাহাটীত লুইতৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰিছিল আৰু নেৰা নেপেৰা বৰষুণৰ ফলত বৃদ্ধি হৈ আছে লুইতৰ জলপৃষ্ঠ।

উল্লেখ্য যে ২০০৪ চনত ৫১.৪৬ মিটাৰলৈ বৃদ্ধি হৈছিল লুইতৰ জলস্তৰ। যাৰ ফলত মহানগৰীৰ ফাচী বজাৰত ব্ৰহ্মপুত্ৰৰ পানী সোমাইছিল।

মহানগৰীত লুইতৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত লাচিত ঘাটৰ প্ৰায় অংশ পানীত ডুৱ গৈছে। বৰ্তমানৰ জলস্তৰত কৈ প্ৰায় ১ মিটাৰ বৃদ্ধি পালেই গুৱাহাটীৰ ফাচী বজাৰ অঞ্চল বানৰ কবলত পৰিব পাৰে।

Recent News

Man rape girlfriend daughter

ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Budget 2023

সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Manmohan Singh

ব্ৰিটেইনত জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Massive Fire in Dhanbad

ঝাৰখণ্ডত বহুমহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড: ১৪ গৰাকীৰ মৃত্যু, আহত ১২ গৰাকী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd