• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ ভেকচিন গ্ৰহণ নকৰো, সেয়া মোৰ অধিকাৰ; ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ বিস্ফোৰক মন্তব্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 27, 2020 5:17 pm

1 min read

কোভিড-১৯ পজিটিভ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি

466
VIEWS
Share on FacebookShare on Twitter

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ ব’লছ’নাৰোৱে ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক গ্ৰহণ নকৰে বুলি মন্তব্য কৰে।

ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক এবাৰ উপলব্ধ হোৱাৰ পাছতো ব্ৰাজিলৰ ৰাষ্ট্ৰপতি গৰাকীয়ে এই প্ৰতিষেধক গ্ৰহণ নকৰে আৰু সেয়া তেওঁৰ অধিকাৰ বুলি বৃহস্পতিবাৰে ব’লছ’নাৰোৱে সংবাদমাধ্যমৰ আগত কয়।

অক্টোবৰ মাহতো ব্ৰাজিলৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক সম্পৰ্কে তুলুঙা মন্তব্য প্ৰকাশ কৰি ক’ৰ’নাৰ প্ৰতিষেধক তেওঁৰ কুকুৰৰ হে প্ৰয়োজন হ’ব বুলি কৈছিল।

ব্ৰাজিলত প্ৰথম ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তো ৰাষ্ট্ৰপতি ব’লছ’নাৰোৱে ক’ৰ’না মহামাৰীক সাধাৰণ চৰ্দি, কাঁহৰ সৈতে তুলনা কৰি উপলুঙা কৰিছিল আৰু পৰৱৰ্তী সময়ত নিজেই ক’ৰ’না প’জিটিভ হ’বলগীয়া হৈছিল।

ব্ৰাজিলত ৰাষ্ট্ৰপতি ব’লছ’নাৰোৱে ক’ৰ’না নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা নীতিৰ বাবে প্ৰতিবাদৰ সন্মুখিন হ’বলগীয়াও হৈছে।

উল্লেখযোগ্য যে, বিশ্বৰ ভিতৰত ব্ৰাজিল ক’ৰ’নাৰ সংক্ৰমণৰ ফলত তৃতীয় সৰ্বাধিক ক্ষতিগ্ৰস্ত দেশ।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ পাছতে ব্ৰাজিলত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

Recent News

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd