• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মুখ বন্ধ নাৰাখিলে কেৰিয়াৰ শেষ কৰাৰ ভাবুকি দিছিল ব্ৰিজ ভূষণে!

অভিযুক্ত ব্ৰিজ ভূষণৰ বিৰুদ্ধে উত্থাপিত বহু অভিযোগ আদালতক জনালে দিল্লী আৰক্ষীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2024 9:05 pm
Brij Bhushan Sharan Singh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যৌন নিৰ্যাতনত অভিযুক্ত ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তথা বিজেপি সাংসদ ব্রিজ ভূষণ শৰণ সিঙে প্ৰতিবাদী মল্লযুঁজাৰুসকলক দিছিল চৰম ভাবুকি। আদালতত এই বক্তব্য দিল্লী আৰক্ষীৰ।

ব্রিজ ভূষণৰ বিৰুদ্ধে মহিলা মল্লযুঁজাৰুসকলে ৰুজু কৰা যৌন নিৰ্যাতনৰ গোচৰৰ শুনানিৰ সময়ত আদালতত এই কথা প্ৰকাশ কৰে দিল্লী আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ অধিবক্তা অতুল শ্ৰীবাস্তৱে আদালতত দাঙি ধৰে এই তথ্য।

Apply Now

অধিবক্তাগৰাকীয়ে আদালতত উল্লেখ কৰা মতে, মহিলা মল্লযুঁজাৰুসকলক ব্ৰিজ ভূষণে কেৰিয়াৰ অব্যাহত ৰাখিবলৈ হ’লে মুখ বন্ধ ৰাখিবলৈ ভাবুকি দিছিল। কাৰোবাৰ কেৰিয়াৰ যিদৰে বনাব পাৰে, তেনেদৰে ধ্বংসও কৰিব পাৰে বুলি ভাবুকি দিছিল ব্ৰিজ ভূষণে।

ব্রিজ ভূষণৰ এনে ভাবুকি ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৬ৰ অধীনত অপৰাধমূলক ভাবুকিৰ সৈতে জড়িত বুলি যুক্তি আগবঢ়ায় দিল্লী আৰক্ষীৰ অধিবক্তা অতুল শ্ৰীবাস্তৱে৷ তেওঁ লগতে আন এক তথ্যও আদালতত দাঙি ধৰে।

অভিযোগকাৰী এগৰাকী মহিলা খেলুৱৈৰ বক্তব্যৰ উদ্ধৃতি দি শ্ৰীবাস্তৱে কয় যে ব্রিজ ভূষণে ধুতি-কুৰ্তাৰ সাজত নিজকে কেনেকুৱা লাগিছে বুলি খেলুৱৈগৰাকীক সুধিছিল। এয়া মহিলা খেলুৱৈক সুধিবলগীয়া প্ৰশ্ন নেকি বুলি অধিবক্তাগৰাকীয়ে আদালতত প্ৰশ্ন কৰে।

ইফালে ফেডাৰেচনৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা আন এজন অভিযুক্ত বিনোদ টোমাৰৰ কাৰ্যালয়ত কেৱল মহিলাসকলকহে প্ৰৱেশৰ অনুমতি দিয়া হৈছিল বুলি এগৰাকী মল্লযুঁজাৰুৱে তোলা অভিযোগৰ বিষয়েও আদালতত উল্লেখ কৰে দিল্লী আৰক্ষীয়ে।

অধিবক্তাগৰাকীয়ে লগতে ব্রিজ ভূষণে আন এগৰাকী মহিলা মল্লযুঁজাৰুক সাৱটি ধৰাৰ আন এটা কাণ্ডৰ কথাও উল্লেখ কৰে। ইয়াৰ দ্বাৰা ব্ৰিজ ভূষণৰ উদ্দেশ্য প্ৰকাশ পাইছে বুলি অধিবক্তা শ্ৰীবাস্তৱে লগতে আদালতৰ দৃষ্টিগোচৰ কৰে।

উল্লেখ্য যে, মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ পিছত বিগত বৰ্ষৰ ১৫ জুনত দিল্লী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৪, ৩৫৪এ, ৩৫৪ডি আৰু ৫০৬ৰ অধীনত অভিযোগনামা দাখিল কৰিছিল।

কিন্তু তাৰ পিছতে ২০ জুলাইত ব্রিজ ভূষণৰ জামিন মঞ্জুৰ কৰিছিল আদালতে। আদালতে লগতে ফেডাৰেচনৰ সহকাৰী সম্পাদক বিনোদ টোমাৰক নিলম্বন কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd