• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বি পি এফে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন জনাই জনজাতিৰ ধ্বংস মাতিছে : বৃন্দা কাৰাট

এন ই নাও নিউজ by এন ই নাও নিউজ
April 13, 2019 9:20 am
12-04-19 Nalbari- Brinda Karat election camapaining (7)

বৰমাত নিৰ্বাচনী সভাত বাওঁপন্থী নেত্ৰী বৃন্দা কাৰাট। ফটো : য়ু বি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে বি টি এ ডিত ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰে উত্তাপ বৃদ্ধি কৰি তুলিছে। কংগ্ৰেছ, বি পি এফৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান তুংগত উঠাৰ সময়তে শুকুৰবাৰে বাওঁপন্থী দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহে ৰাষ্ট্ৰীয় নেত্ৰী বৃন্দা কাৰাট।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি চি পি আই এম দলৰ পুলিট ব্যুৰৰ সদস্য বৃন্দা কাৰাটে নিৰ্বাচনী প্ৰচাৰ চলায়।

Apply Now

শুকুৰবাৰে বৰমা বিধানসভা সমষ্টিৰ বৰঝাৰত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত কাৰাটেনাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। বিধেয়কখন গৃহীত হ’লে দেশৰ সংবিধানৰ ওপৰত তীব্ৰ প্ৰত্যাহ্বান আহিব বুলি মন্তব্য কৰে নেত্ৰীগৰাকীয়ে। তদুপিৰ,বিধেয়কখন গৃহীত হ’লে অসম চুক্তি উলংঘা হ’ব বুলিও বৃন্দা কাৰাটে স্পষ্ট কৰি দিয়ে।

আনহাতে, বিভিন্ন জাতীয় সংগঠনৰ লগতে চি পি আই এম দলেও বিধয়কখনৰ বিৰোধিতা কৰি অহাৰ কথা প্ৰকাশ কৰি বাওঁপন্থী ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীয়ে সদায় দৰিদ্ৰ শ্ৰেণীৰ বাবে সংগ্ৰাম কৰি যাব বুলি সদৰী কৰে।

নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ চি পি আই এম প্ৰাৰ্থী বিৰাজ ডেকা বিজয়ী হ’লে সমষ্টিটোত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ মাজত একতা বৃদ্ধি পাব বুলি মন্তব্য কৰি কাৰাটে ‘দেশ বচাও বিজেপি হাটাও’ শ্লোগানেৰে সৰ্বসাধাৰণৰ মাজত সোমাই যোৱাৰ আহ্বান জনায়।

দেশত এইবাৰ নিৰ্বাচনত সামগ্ৰিকভাৱে চি পি আই এমৰ আসন বৃদ্ধি পাব বুলিও দাবী কৰে বাওঁপন্থী নেত্ৰীগৰাকীয়ে। তেওঁ লগতে কৃষক শ্ৰমিকৰ উন্নয়নৰ কাৰণে কাম কৰি যোৱা চি পি আই এম দলে চৰকাৰ গঠন কৰিলে এখন ধৰ্মনিৰপেক্ষ চৰকাৰ গঠন হ’ব বুলিও মন্তব্য কৰে।

বাওঁপন্থী নেতা পুৰুষোত্তম শৰ্মাই সভাপতিত্ব কৰা সভাখনত দলৰ প্ৰাৰ্থী বিৰাজ ডেকাইয়ো ভাষণ দিয়ে। সভাত  চি পি আই এমৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd