• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেজপুৰত মনোনয়ন প্ৰত্যাহাৰ কৰিলে বৃন্দাবন গোস্বামীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2021 4:30 pm
30-08-15-Nagaon-Brindaban-Goswami-and-Rockibul-address-media-2-750x375
403
VIEWS
Share on FacebookShare on Twitter

গৃহ কন্দলত জৰ্জৰিত অসম গণ পৰিষদে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা প্ৰথমখন প্ৰাৰ্থীৰ তালিকাত তেজপুৰত বৃন্দাবন গোস্বমীক টিকট প্ৰদান নকৰাত বিক্ষুদ্ধ হৈ পৰিছিল অগপৰ প্ৰবীণ নেতাগৰাকী।

সেইবাবেই তেওঁ দলক প্ৰত্যাহ্বান জনাই নিৰ্দলীয় ভাবে সমষ্টিটোৰ পৰা মনোনয়ন দাখিল কৰিছিল।

কিন্তু আজি বৃন্দাবন গোস্বামীয়ে প্ৰত্যাহাৰ কৰে তেওঁৰ মনোনয়ন পত্ৰ।কি কাৰণত মনোনয়ন দাখিলৰ পিছতো বৃন্দাবন গোস্বামীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য দেওবাৰে প্ৰকাশ কৰা অগপৰ প্ৰাৰ্থী তালিকা অনুসৰি দলটোৱে প্ৰত্যাশিতভাৱে তেজপুৰত বৃন্দাবন গোস্বামীক বঞ্চিত কৰি প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল কলাগুৰকু বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাক।

অসম গণ পৰিষদৰ প্ৰথম পৰ্যায়ৰ ৮ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱা অনুসৰি বোকাখাতত সভাপতি তথা মন্ত্ৰী অতুল বৰা, কলিয়াবৰত কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই প্ৰতিদ্বন্দ্বিতা কৰিব।

ইফালে টীয়ক ৰেণুপমা ৰাজখোৱা, আমগুৰি প্ৰদীপ হাজৰিকা, চাবুৱা পোনাকণ বৰুৱা, নাওবৈছা জয়ন্ত খাউণ্ডে প্ৰাৰ্থিত্ব লাভ কৰিছে।

উল্লেখ্য যে দেওবাৰে অগপত যোগদান কৰিছিল পৃথ্বিৰাজ ৰাভাই।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd