DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিয় ৯০ বছৰ গোপনে ৰখা হ’ব প্ৰিন্স ফিলিপৰ উইল? জনালে আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2021 1:11 pm
prince-philipparty-t

প্রয়াত প্রিন্স ফিলিপ। ফাইল ফটো।

182
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটেইনৰ ডিউক অফ এডিনবাৰ্গ প্ৰিন্স ফিলিপৰ উইলখন ৯০ বছৰ গোপনে ৰখা হ’ব। ৰাণী দ্বিতীয় এলিজাবেথৰ মৰ্যাদা ৰক্ষাৰ বাবেই এই সিদ্ধান্ত লোৱাৰ কথা জনাইছে দেশখনৰ উচ্চ ন্যায়ালয়ে।

চলিত বছৰৰ ৯ এপ্ৰিলত ৰাণী দ্বিতীয় এলিজাবেথৰ স্বামী প্ৰিন্স ফিলিপৰ ৯৯বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটিছিল।

উচ্চচ ন্যায়ালয়খনৰ ন্যায়াধীশ এণ্ড্ৰু মেক ফাৰলেনে জনায় যে সাৰ্বভৌমত্বৰ মৰ্যাদা ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আদালতখনৰ পাৰিবাৰিক শাখাৰ অধ্যক্ষ মেকফেৰলেনে ৰাজপৰিয়ালৰ অনুৰোধৰ সপক্ষে ৰায় প্ৰদান কৰে।

ন্যায়াধীশগৰাকীয়ে জানিবলৈ দিয়ে যে প্ৰিন্সৰ উইলখন ছীল কৰা উচিত আৰু উইলখনৰ কোনো প্ৰতিলিপি ৰেকৰ্ডৰ বাবে প্ৰস্তুত কৰা উচিত নহয়। অৱশ্যে, ইয়াৰ পূৰ্বেও ৰাজপৰিয়ালত ৰজাসকলৰ উইল গোপনে ৰখাৰ নিয়ম আছে।

ন্যায়াধীশগৰাকীয়ে কয় যে এনেধৰণৰ মানুহৰ জীৱনৰ ব্যক্তিগত দিশসমূহৰ সুৰক্ষা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে যাৰ দ্বাৰা সাৰ্বভৌমত্ব তথা তেওঁৰ পৰিয়ালৰ ঘনিষ্ঠ সদস্যসকলৰ মৰ্যাদা অক্ষুন্ন থাকে।

Recent News

Sikkim

প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলি: ছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

Singapore Chief Justice In Supreme Court

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ লগতে বহিল ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেনন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd