DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাত আক্ৰান্ত হ’ল ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2020 5:23 pm
Johnson

ব্ৰিটিছ প্ৰধান মন্ত্ৰী

939
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বত পাঁচ লক্ষাধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত শেহতীয়াভাৱে আক্ৰান্তহোৱা ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনৰ নাম।

ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী গৰাকীৰ শৰীৰত বিগত ২৪ ঘণ্টাত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ কিছু লক্ষণে দেখা দিয়াৰ পাছত পৰীক্ষা কৰাত তেওঁক পজিটিভ হোৱা গৈছে।

Over the last 24 hours I have developed mild symptoms and tested positive for coronavirus.

I am now self-isolating, but I will continue to lead the government’s response via video-conference as we fight this virus.

Together we will beat this. #StayHomeSaveLives pic.twitter.com/9Te6aFP0Ri

— Boris Johnson #StayHomeSaveLives (@BorisJohnson) March 27, 2020

বৰ্তমান সময়ত নিজকে গৃহবন্দী কৰি ৰাখিছে প্ৰধান মন্ত্ৰী গৰাকীয়ে লগতে ইণ্টাৰনেট আৰু প্ৰযুক্তি বিদ্যাৰ সহায়ত চৰকাৰী কাম-কাজ অব্যাহত ৰাখিছে বুলিও টুইটাৰ যোগে জনছনে জানিবলৈ দিয়ে।

আনহাতে, ব্ৰিটেইনত ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধৰ বাবে চৰকাৰক সহায় কৰিবলৈ হাজাৰ হাজাৰ স্বেচ্চাসেৱক ওলাই অহা বাবেও ধন্যবাদ জ্ঞাপন কৰে জনছনে।

‘‘আমি সকলোৱে একেলগ হৈ একক প্ৰচেষ্টাৰে এই মহামাৰীৰ বিৰুদ্ধে যুঁজিম আৰু আমি জয়ী হ’ম। সকলোৱে ঘৰৰ ভিতৰত থাকক আৰু ক’ৰ’নাৰ সংক্ৰমণৰ পৰা নিজকে মুক্ত কৰি ৰাখক,’’ টুইটাৰত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত প্ৰধান মন্ত্ৰী বৰিছ জনছনে আহ্বান জনায়।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd