• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাশ্মীৰৰ ছাম্বাত পুনৰ পাক সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা সুৰংগ উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 22, 2020 9:17 pm
a tunnel
3k
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ জইছ-ই-মহম্মদ সল্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই অভিযান চলাই বৃহৎ সাফল্য লাভ কৰাৰ সময়তে আজি কাশ্মীৰৰ পাক-ভাৰত সীমান্তত বিএছএফে সীমান্তৰ সিপাৰলৈ খন্দা এটা সুৰংগ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়।

কাশ্মীৰৰ ছাম্বা জিলাৰ ৰেগাল অঞ্চলত উদ্ধাৰ হোৱা এই সুৰংগটো বহলে ৫ ফুট আৰু ওখই প্ৰায় ৫ ফুট মান হ’ব। নাগৰোটাত ভাৰতীয় সেনাই নিধন কৰা পাকিস্তানৰ জইছ-ই-মহম্মদৰ দলটোৱে এই সুৰংগৰেই ভাৰতত প্ৰৱেশ কৰা বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য পাক-ভাৰত সীমান্তত ভাৰতীয় নিৰাপত্তা বাহিনীয়ে নিৰাপত্তা কঠোৰ কৰি তোলাৰ সময়তে মাটিৰ তলেৰে সুৰংগ খান্দি ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে।

কাশ্মীৰৰ ছাম্বা ছেক্টৰত বিএছএফে কিছুদিন পূৰ্বেও এনে এটা সুৰংগ আবিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল।

https://twitter.com/ANI/status/1330494200916283392?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1330494200916283392%7Ctwgr%5E&ref_url=https%3A%2F%2Fwww.sangbadpratidin.in%2Findia%2Fjk-cross-border-tunnel-found-in-samba-may-have-been-used-by-nagrota-militants%2F

ছাম্বা ছেক্টৰৰ বাচান্তাৰ নামৰ অঞ্চলটোত বিএছএফে উদ্ধাৰ কৰা সুৰংগটোৰ এখন মুখ আছিল পাকিস্তানৰ মাটিত আৰু আন খন মুখ আছিল ভাৰতৰ মাটিত।

লক্ষ্যণীয় ভাবে ভাৰতৰ মাটিত থকা সুৰংগৰ মুখখন কোনেও ধৰিব নোৱাৰাকৈ ঢাকিৰখা হৈছিল বালিৰ বস্তাৰে।

বস্তাবোৰ আকৌ পাকিস্তানৰ কৰাচী আৰু শখেৰগড়ৰ কোম্পানীৰ ছীল-মোহৰ থকা আছিল।

পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ইয়াৰ পূৰ্বেও সুৰংগ খান্দি ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল।

সেয়ে ২০১৯ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা বিএছএফে এনে সুৰংগ আৱিষ্কাৰৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিছিল।

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd