DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

নিজ কন্যাৰ অশ্লীল ভিডিঅ’ৰ প্ৰচাৰৰ বিৰোধিতা কৰাৰ বাবেই বি এছ এফ জোৱানক মৰিয়াই হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2022 8:57 pm
BSF jawan beaten to death
94
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটত নৃশংস হত্যাৰ বলি হৈছে দেশৰ নিৰাপত্তাত নিয়োজিত এগৰাকী সেনা জোৱান।

নিজ কন্যাৰ অশ্লীল ভিডিঅ’ৰ প্ৰচাৰৰ বিৰোধিতা কৰাৰ বাবেই মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে এগৰাকী সীমান্ত সুৰক্ষা বাহিনীৰ এজন জোৱানক। ৰাজ্যখনৰ নাদিয়াদ জিলাত সংঘটিত হৈছে এই জঘন্য কাণ্ড।

প্ৰকাশিত খবৰ অনুসৰি, মেলজিভাই বাঘেলা নামৰ বি এছ এফ- ৰ জোৱানগৰাকীয়ে এগৰাকী কিশোৰৰ বিৰুদ্ধে তেওঁৰ কন্যাৰ এক অশ্লীল ভিডিঅ’ অনলাইনত প্ৰচাৰ কৰাৰ পৰিয়ালৰ ওচৰত অভিযোগ কৰে।

সেইসময়ত বাঘেলাৰ লগত পত্নী আৰু পুত্ৰও অভিযুক্ত কিশোৰীগৰাকীৰ ঘৰত উপস্থিত আছিল। কিন্তু অভিযুক্তৰ ল’ৰাটোৰ পৰিয়ালৰ লোকে অভিযোগ অস্বীকাৰ কৰি বাঘেলাৰ পৰিয়ালক অপদস্থ কৰে।

জোৱান মেলজিভাই বাঘেলাই এই কথাত আপত্তি কৰাত অভিযুক্তৰ পৰিয়ালে লাঠি আৰু চোকা অস্ত্ৰৰে বাঘেলাৰ লগতে তেওঁৰ পুত্ৰক আক্ৰমণ কৰে।

এই বৰ্বৰ আক্ৰমণত বি এছ এফ জোৱানগৰাকীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ পুত্ৰই মূৰত আঘাত পায়। আঘাতপ্ৰাপ্ত কিশোৰগৰাকীক বৰ্তমান স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

এই নৃশংস কাণ্ডৰ পিছতে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২, ৩০৭, ৩২২, ৫০৪, ১৪৩, ১৪৭ আৰু ১৪৯ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।

ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো লোককে গ্ৰেপ্তাৰ কৰা হোৱা নাই যদিও ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

Recent News

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd