• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সীমান্তত সন্ত্ৰাস : বাংলাদেশীৰ আক্ৰমণত বি এছ এফ জোৱান আৰু ভাৰতীয় লোক আহত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2020 9:37 pm
Injured-villager-

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশী ডকাইতৰ আক্ৰমণত এজন বি এছ এফ কৰ্মী আৰু এগৰাকী ভাৰতীয় লোক বেয়াকৈ আঘাত পোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বুধবাৰে পুৱতি নিশা ভাৰত-বাংলাদেশ সীমান্ত ৰংকামৰ সীমান্তৱৰ্তি গাঁও আমদোহত সংঘটিত হয় এই অবাঞ্চিত ঘটনা।

Apply Now

ঘটনাটো সংঘটিত হোৱা গাঁওখন ডাউকী আৰু মুক্তাপুৰৰ মাজৰ। বাংলাদেশ সীমান্তৰ নিচেই ওচৰৰ এই গাঁওখন ভাৰতৰ অন্তিমখন গাঁও।

বাংলাদেশী ডকাইতৰ আক্ৰমণত আহত হোৱা গাঁৱলীয়া লোকজন পি বেৰেহ আৰু বি এছ এফ জোৱানজন হাৱালদাৰ শিৱশংকৰ দে বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত লোক দুজনক পৃথক পৃথক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।

বাংলাদেশৰ ডকাইত দলে এই ঘটনাটো সংঘটিত কৰা বুলি ইতিমধ্যে বি এছ এফৰ এজন উচ্চস্তৰীয় বিষয়াই নিশ্চিত কৰে।

জানিব পৰা মতে মঙলবাৰে নিশা ১২.৩০ মান বজাত ডকাইতৰ দলটোৱে ৰংটিলাত পহৰা দি থকা বি এছ এফৰ দল এটাক প্ৰথমে আক্ৰমণ কৰে। ইয়াৰ পিছত দলটোৱে আমদোহত প্ৰৱেশ কৰি গাঁৱলীয়া লোকজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি লোকজনৰ ওচৰত থকা এটা এচ বি বি এল পিষ্টল কাঢ়ি লৈ যায়।

পিষ্টলটো কাঢ়ি নিয়াৰ পূৰ্বে গাঁৱলীয়া লোকজনে ডকাইতৰ দলটোক উদ্দেশ্যি গুলী চলাইছিল আৰু সেই গুলীত এজন ডকাইত আঘাতপ্ৰাপ্ত হোৱা বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে।

বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা ডকাইতৰ দলটোত প্ৰায় ১৫ জন সদস্য আছিল।

ইফালে এই ঘটনা সন্দৰ্ভত আজি আবেলি ব’ৰ্ডাৰ গাৰ্ডছ অব বাংলাদেশ (বি জি বি) আৰু বি এছ এফৰ এখন ফ্লেগ মিটিং অনুষ্ঠিত হোৱা বুলিও সূত্ৰৰ পৰা জানিব পৰা গৈছে।

এই বৈঠকতে বি এছ এফে বাংলাদেশী আক্ৰমণকাৰী কেইজনৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে।

মঙলবাৰে নিশা সংঘটিত হোৱা এনে ঘটনাৰ দৰেই যোৱা ৩ আৰু ৪ জানুৱাৰিতো উক্ত অঞ্চলত বাংলাদেশী ডকাইতৰ দলে ভাৰতীয় লোকৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ সংঘটিত কৰিছিল।

উক্ত আক্ৰমণটোত পাঁচগৰাকী ভাৰতীয় লোক বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল আৰু এই আক্ৰমণত এখন গাড়ী ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ডকাইতৰ দলটোৱে বিভিন্ন সামগ্ৰী লুটি লৈ যায়।

এই ঘটনাৰ পিছতেই জয়ন্তীয়া ছাত্ৰ সন্থাৰ লগতে ডাউকী এলেকাৰ কেইবাজনো সচেতন লোকে মেঘালয়ৰ গৃহ মন্ত্ৰী জেমছ কে চাংমাক সাক্ষাৎ কৰি অঞ্চলটো সুৰক্ষিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছিল।

সীমান্ত অঞ্চলটোত পহৰাৰ বাবে নিয়োজিত হৈ থকা আৰক্ষী আৰু বি এছ এফ জোৱানৰ সংখ্যা তেনেই নগন্য আৰু বাংলাদেশী অপৰাধীসকলে ইয়াৰ সম্পূৰ্ণ সুযোগ লয় বুলি গৃহ মন্ত্ৰীক সাক্ষাতৰ সময়ত ছাত্ৰ সংগঠনটোৱে কৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd