DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

BSNL গ্ৰাহকৰ বাবে ভাল খৱৰ! আগবঢ়োৱা হৈছে ৪,৯৯৯টকাৰ উপহাৰ; কেনেকৈ পাব চাওক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2021 12:57 pm
2018-11-08T161434Z_1_LYNXMPEEA71FU_RTROPTP_3_INDIA-BSNL-kCFI-621x414@LiveMint_1573139478355-750x375
97
VIEWS
Share on FacebookShare on Twitter

বিএছএনএলৰ গ্ৰাহকৰ বাবে ৪,৯৯৯টকাৰ উপহাৰ লাভ কৰাৰ ডাঙৰ সুযোগ আহিছে।

বিএছএনএলৰ বিশটা চাৰ্ক’লৰ পোষ্টপেইড, লেণ্ডলাইন, ব্ৰডবেণ্ড, ভাৰত ফাইবাৰ (এপটিটিএইচ) আৰু এয়াৰফাইবাৰ ব্যৱহাৰকাৰীসকলে এই উপহাৰ লাভ কৰিব পাৰে।

গ্ৰাহকসকলক বিএছএনএলে Google Nest Miniস্মাৰ্ট ডিভাইচ আগবঢাইছে। বজাৰত এই ডিভাইচৰ মূল্য হৈছে ৪,৯৯৯টকা।

যিসকল বিএছএনএলৰ গ্ৰাহকে অনলাইনত বিল জমা দিব তেওঁলোকৰ বাবে Google Nest Miniস্মাৰ্ট ডিভাইচ লাভ কৰাৰ সুযোগ আছে।

লাকী ড্ৰ’ৰ জৰিয়তে ১০জন বিজয়ীক বাচি লৈ তেওঁলোকক Google Nest Miniস্মাৰ্ট ডিভাইচ দিয়া হ’ব।

দৰাচলতে, কেই সপ্তাহমান পূৰ্বেই বিএছএনএলে ব্ৰডবেণ্ড গ্ৰাহকসকলে অনলাইনত বিল জমা দিয়াৰ পৰ্টেল আৰম্ভ কৰিছে। অনলাইন বিল জমা দিয়াৰ বাবে গ্ৰাহকৰ আগ্ৰহ বৃদ্ধি কৰিবলৈকে আগবঢ়োৱা হৈছে এনে বিশেষ অফাৰ।

উল্লেখ্য যে কেবল মাত্ৰ আগষ্ট মাহলৈকেহে এই অফাৰ থাকিব। Google Nest Miniস্মাৰ্ট ডিভাইচ উপহাৰ লাভ কৰিবৰ বাবে গ্ৰাহকসকলে আগতীয়াকৈ বিল জমা দিব লাগিব। বিল জমা দিয়াৰ নিৰ্দিষ্ট তাৰিখৰ পাছত জমা দিয়া গ্ৰাহকৰ বাবে এই অফাৰ নাথাকিব।

ট্ৰাইৰ প্ৰতিবেদন অনুসৰি, যোৱা কেইমাহত বিএছএনএলৰ বজাৰ দ্ৰুতভাৱে বৃদ্ধি পাইছে। কোম্পানীটোৰ লেণ্ডলাইন আৰু ব্ৰডবেণ্ড কানেকশ্যন যোৱা মে’ মাহত ৩৫.৪৩শতাংশ বৃদ্ধি পাইছে।

যোৱা মে’ মাহত মুঠ ১১,২৯,০৮০ গৰাকী নতুন গ্ৰাহকে বিএছএনএলৰ ফাইবাৰ কানেকশ্যন লৈছে। আনহাতে, ৰিলায়েন্স জিঅ’ৰ কানেকশ্যন লৈছে ১,৭৭,৯৫৯গৰাকীয়ে। এইক্ষেত্ৰত ৰিলায়েন্সতকৈ বহু আগবাঢ়ি আছে বিএছএনএল।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd