• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিঅ’ক প্ৰত্যাহ্বান BSNLৰ! প্ৰিপেইড গ্ৰাহকলৈ অতুলনীয় অফাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 9, 2019 2:04 pm
2018-11-08T161434Z_1_LYNXMPEEA71FU_RTROPTP_3_INDIA-BSNL-kCFI--621x414@LiveMint_1573139478355

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টেলিকম কোম্পানীসমূহৰ প্ৰতিযোগিতাৰ দৌৰত জিঅ’ই এয়াৰটেল,ভোডাফোন, বিএছএনএলৰ দৰে কোম্পানীসমূহক প্ৰায় নি:শেষ কৰাৰ দিশে আগবাঢ়িছে।

জিঅ’ই বিনামূলীয়া ডাটা ব্যৱহাৰৰ সেৱা আৰম্ভ কৰি ব্যাপক সংখ্যক গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Apply Now

দিন যোৱাৰ লগে লগে কঠিন হৈ পৰা এই প্ৰতিযোগিতাত তিষ্ঠি থকাৰ বাবে আন কোম্পানীসমূহেও এটাৰ পাছত আন এটা অফাৰ ঘোষণা কৰি গৈছে।

এইবাৰ জিঅ’ক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই বিএছএনএলে এনে এক অফাৰ আগবঢ়াইছে যিটো জিঅ’ৰ গ্ৰাহকসকলৰ বাবেও দুৰ্লভ।

বিএছএনএলৰ ইয়াৰ প্ৰিপেইড গ্ৰাহকসকলৰ বাবে ১,৬৯৯ টকাৰ এটা প্লেন আছে। ইমানদিনে ইয়াৰ ম্যাদ আছিল ৩৬৫দিন। এবাৰ এই প্লেনত ৰিচাৰ্জ কৰিলে এবছৰৰ বাবে আৰু চিন্তা নাছিল।

বৰ্তমান এই প্লেনৰ ম্যাদ আৰু ৬০দিন অৰ্থাৎ দুমাহ বৃদ্ধি কৰা হৈছে। এতিয়া ১,৬৯৯ টকাৰ ৰিচাৰ্জৰ ম্যাদ হ’লগৈ ৪২৫দিন।

পূজা উপলক্ষে যোৱা ৩১ অক্টোবৰ পৰ্যন্ত এই প্লেনত ৪৫৫ দিনৰ ম্যাদৰ বিশেষ অফাৰ দিয়া হৈছিল।

ইয়াৰ পাছৰে পৰা ৪২৫দিনৰ ম্যাদৰ এই অফাৰ আৰম্ভ কৰা হৈছে। অৱশ্যে, ৩০ নৱেম্বৰৰ ভিতৰত ৰিচাৰ্জ কৰিলে এই অফাৰ লাভ কৰিব।

তদুপৰি, নৱেম্বৰ আৰু ডিচেম্বৰত গ্ৰাহকসকলে প্ৰতিদিনে তিনি জিবি ডাটা ব্যৱহাৰ কৰাৰ সুযোগো পাব। কোম্পানীয়ে জানিব দিয়ে যে সকলো প্ৰিপেইড গ্ৰাহকেই এই অফাৰ লাভ কৰিব।

এই প্লেনত কি কি আছে? গ্ৰাহকসকলে আনলিমিটেড ভইচ কলৰ লগতে পাব এশটা এছএমএছ। তদুপৰি, গ্ৰাহকসকলে ৰিং বেক ট’ন ছেট কৰিব পাৰিব যদিও ইয়াৰ ম্যাদ থাকিব ৩৬৫দিন।

ইয়াৰ পূৰ্বে এই প্লেনত বিএছএনএলে গ্ৰাহকক প্ৰতিদিনে দুই জিবি ডাটা দিছিল। এতিয়া ইয়াৰ ঠাইত প্ৰতিদিনে লাভ কৰিব তিনি জিবি ডাটা।

বিএছএনএলৰ দৰে ১,৬৯৯ টকাৰ প্লেন এয়াৰটেল আৰু ৰিলায়েন্স জিঅ’ৰো আছে। এয়াৰটেলৰ প্লেনত গ্ৰাহকে ৩৬৫ দিনৰ বাবে ১.৪জিবি ডাটাৰ লগতে আনলিমিটেড ভইচ কল তথা বিনামূলীয়া মেচেজৰ সুবিধা লাভ কৰে।

সেইদৰে জিঅ’ৰ প্লেনত গ্ৰাহকে ৩৬৫ দিনৰ বাবে ডেৰ জিবি ডাটাৰ লগতে জিঅ’ৰ পৰা জিঅ’লৈ আনলিমিটেড ভইচ কলৰ সুবিধা লাভ কৰে।

কিন্তু প্লেনৰ ম্যাদৰ লগতে ডাটা সেৱাৰ অফাৰত জিঅ’কো অতিক্ৰম কৰি বিএছএনএলে গ্ৰাহকক নিশ্চয়কৈ আকৰ্ষণ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd