• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওদালগুৰিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন হাগ্ৰামা মহিলাৰীৰ

ছাজিদ খান by ছাজিদ খান
January 11, 2019 8:26 pm
IMG-20190111-WA0008
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত শান্তিৰ পৰিৱেশ ঘূৰাই অনাত মধ্যস্থতাকাৰীৰ ভূমিকা ল’বলৈ অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজংশীয়ে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীক আহ্বান জনায়।

ওদালগুৰিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ আহি উপস্থিত সাহিত্যিক, শিল্পী আৰু সাধাৰণ জনতাৰ এখন সভাত ভাষণ দি ড০ ৰাজবংশীয়ে বৰ্তমান সাহিত্য সভাত হোৱা পুঁজিৰ সংকট আৰু ৰাজ্য চৰকাৰে পুঁজি মোকোলাই দিয়াত হোৱা বিলম্বৰ সন্দৰ্ভত নিজৰ অসন্তুষ্টি ব্যক্ত কৰে।

Apply Now

সভাত ভাষণ দি বিটিচি প্ৰধান মহিলাৰীয়ে কৈছে যে বিটিচি কৰ্তৃপক্ষই ইয়াত বাস কৰা সমূহ সম্প্ৰদায়ৰ সৰ্বাংগীন উন্নতি আৰু কল্যাণৰ বাবে সকলো কাম কৰিবলৈ দায়বদ্ধ। সুধাকণ্ঠ হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি তেওঁ আৰু কয় যে বিটিচি চৰকাৰে বিচিএডিৰ  অন্তৰ্গত কোকৰাঝাৰ, বাকছা আৰু চিৰাং জিলাত সুধাকণ্ঠৰ ৩টা মূৰ্তি স্থাপন কৰিব।

এই সভাত সুধাকণ্ঠৰ ভাতৃ সমৰ হাজৰিকা, তামুলপুৰৰ বিধায়ক ইমানুৱেল মোচাহাৰী, মাজবাটৰ বিধায়ক চৰণ বড়ো, ভৈৰবকুণ্ডৰ এমচিএলএ ৰিপেন দৈমাৰী আৰু ওদালগুৰিৰ উপায়ুক্ত দিলীপ কুমাৰ দাস উপস্থিত থাকে। সভাত সুধাকণ্ঠৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা ভাস্কৰ বীৰেন সিনহায়ো ভাষণ প্ৰদান কৰে।

সুধাকণ্ঠৰ প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে। এই অনুষ্ঠানতেই বিটিচি প্ৰধানগৰাকীয়ে ওদালগুৰিত এটা নৱনিৰ্মিত গোৰ্খা হোষ্টেল উদ্বোধন কৰে। লগতে তেওঁ ওদালগুৰিৰ দৈনিক বজাৰত এটা ১৮.৫৯ কোটি টকা ব্যয়সাপেক্ষ সৰ্বাধুনিক ব্যৱসায় কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।

উক্ত অনুষ্ঠানৰ পাছত পাচত বিটিচি প্ৰধানগৰাকী সপ্তম ভৈৰবকুণ্ড পৰ্যটন মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ ভৈৰবকুণ্ডক অতি শীঘ্ৰেই এটা পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিটিচি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিতংকৈ প্ৰকাশ কৰে।

ছাজিদ খান

ছাজিদ খান

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd