• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিটিচি নিৰ্বাচন : বিজেপিয়ে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা

NE NOW NEWS এন ই নাও নিউজ
গুবাহাটী , March 17, 2020 9:57 am

2 min read

BJP declares 2nd list of candidates for BTC elections

প্ৰতিনিধিত্বমূলক ছবি।

34.4k
VIEWS
Share on FacebookShare on Twitter

অহা ৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিটিচিৰ চতুৰ্থ সংখ্যক সাধাৰণ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিয়ে সোমবাৰে নিশা প্ৰথমখন ২১ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে।

প্ৰাৰ্থীৰ তালিকাখন

১. গুমা সমষ্টি – নিলেশ্বৰ ৰয়

২. ফকিৰাগ্ৰাম সমষ্টি – অৰূপ কুমাৰ দে

৩. চবাইঝাৰ সমষ্টি- লক্ষ্মীনাথ বসুমতাৰী

৪. মানস চেৰফাং সমষ্টি- শৱনাথ ব্ৰহ্ম

৫. থুৰিবাৰী সমষ্টি- অভিৰাম মহানায়ক

৬. মাথাংগুৰী সমষ্টি- গৌতম দাস

৭. দিহিৰা সমষ্টি- কন্সটেণ্ট তিৰ্কি

৮. বাগানপাৰা সমষ্টি- আৰতি বৰদলৈ

৯. দৰংগাজুলি সমষ্টি-দেবেন বড়ো

১০. নাগ্ৰীজুলি সমষ্টি- ধৰ্ম নাৰায়ণ দাস

১১. গৈবাৰী সমষ্টি- হেমন্ত ৰাভা

১২. শুক্লাই চেৰফাং সমষ্টি- ৰনেন নাৰ্জাৰী

১৩. গোৰেশ্বৰ সমষ্টি- গজেন্দ্ৰ বড়ো

১৪. খৈৰাবাৰী সমষ্টি- ভবেন্দ্ৰ বড়ো

১৫. ভেৰগাঁও সমষ্টি- ফটিক কছাৰী

১৬. ননৈ চেৰফাং সমষ্টি- সঞ্জিত তাঁতি

১৭. মুদৈবাৰী সমষ্টি- দিগন্ত বৰুৱা

১৮. হৰিশিঙা সমষ্টি- ৰিনয় বড়ো

১৯. ভৈৰৱকুণ্ড সমষ্টি- বিৰদিঅ’ বসুমতাৰী

২০. পাঁচনৈ চোৰফাং সমষ্টি- দীপক মৌৰ

২১. ৰৌতা সমষ্টি- কষ্টৰাম বাগলাৰী

উল্লেখ্য যে বিটিচি নিৰ্বাচনত বিপিএফৰ লগত মিত্ৰতা কৰাৰ বিপৰীতে ৰাজ্যৰ শাসনভাৰ দখল কৰি থকা বিজেপিয়ে এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিষয়টোৱে ৰাজনৈতিক মহলত বিশেষভাৱে চৰ্চিত হৈছে।

কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে অকলে ২০ খনতকৈ অধিক আসন লাভ কৰি পৰিষদ গঠন কৰিব বুলি মন্তব্য কৰিছিল।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd