DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাৰ প্ৰভাৱৰ বাবে অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ’ল বিটিচি নিৰ্বাচন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 20, 2020 5:18 pm
Alok Kumar

আলোক কুমাৰ

3.7k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কৰ’না ভাইৰাছে মহামাৰীৰ ৰূপ লোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিটিচি নিৰ্বাচন পিছুওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক নিৰ্বাচন আয়োগে।

গুৱাহাটী মহানগৰীৰ হাউছফেদস্থিত ৰাজ্যিক নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্য্যালয়ত আজি অনুষ্ঠিত হোৱা এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে।

ৰাজ্যিক নিৰ্বাচন আয়োগৰ ঘোষণাৰ পাছতে অহা ৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত নহয়।

আনহাতে, বিটিচি নিৰ্বাচন পিছুৱাই দিয়াৰ পাছত সাময়িকভাৱে কোনো ৰাজনৈতিক দলে ৰাজনৈতিক প্ৰচাৰ চলাব নোৱাৰিব।

কোনো দল, সংগঠনে নিৰ্দেশনা ভংগ কৰি ৰাজনৈতিক প্ৰচাৰ চলালে জিলা প্ৰশাসনে আইন অনুসৰি কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সংবাদমেলত উল্লেখ কৰা হয়।

উল্লেখযোগ্য যে, বিটিচি নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম সময়সীমা আছিল ২১ মাৰ্চ। জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাজ্যিক নিৰ্বাচন আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।

বিভিন্ন দল সংগঠনে নিৰ্বাচন আয়োগক বিটিচি নিৰ্বাচন পিছুৱাবৰ বাবে স্মাৰক পত্ৰ দিছিল তথা ৰাজ্য চৰকাৰেও সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন পিছুৱাই দিয়াৰ বাবে আয়োগক অনুৰোধ জনাইছিল।

অহা ২৭ এপ্ৰিলৰ ভিতৰত বিটিচি নিৰ্বাচন প্ৰক্ৰিয়াৰ সকলো প্ৰক্ৰিয়া সমাপ্ত কৰাৰ অন্তিম সময়সীমা ধাৰ্য্য কৰা হৈছিল যদিও সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সূচী ঘোষণা নকৰা পৰ্যন্ত নিৰ্বাচন প্ৰক্ৰিয়া বাতিল কৰা হৈছে।

‘‘পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী নতুন তাৰিখ ঘোষণা কৰা হ’ব,’’ নিৰ্বাচন আয়োগে কয়।

Recent News

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd