• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , January 18, 2021 4:35 pm

1 min read

a black t
228
VIEWS
Share on FacebookShare on Twitter

সোমবাৰৰ দিনটো যেন  বিটিচিৰ স্বাস্থ্য বিভাগত কাম কৰা বহু বিষয়া-কৰ্মচাৰীৰ বাবে  ভাল দিন নাছিল।

কাৰণ আজিৰ দিনটোতে কৰ্মস্থলীলৈ অহাৰ পৰা বিৰত থকা বহু কৰ্মচাৰীয়ে ফোনত শুনিবলগীয়া হ’ল ধমক।

BTC ৰ স্বাস্থ্য বিভাগৰ দায়িত্ব লৈয়ে চিকিৎসালয়ে চিকিৎসালয়ে চাডেন ভিজিট বিটিচিৰ কার্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ।

চিকিৎসালয়ত অনুপস্থিত থকা বিষয়া-কৰ্মচাৰীক কঠোৰ সকিয়নীৰ লগতে অনুপস্থিত থকা বিষয়া কৰ্মচাৰীক ফোন যোগে সুধিলে অনুপস্থিতিৰ কাৰণ।

তামুলপুৰ মহকুমাৰ কেইবাখনো  চিকিৎসালয়ত হঠাৎ এইদৰে আকস্মিক পৰিদৰ্শন  কৰে কার্যবাহী সদস্য গৰাকীয়ে।

বিটিচিৰ চাৰিওখন  জিলাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু অসামৰিক চিকিৎসালয় সমূহৰ জৰিয়তে  কেনে সেৱা  ৰাইজক আগবঢ়োৱা হৈছে তাৰ বুজ ল’বলৈয়েই  কার্যবাহী সদস্য গৰাকীয়ে চিকিৎসালয় পৰিদৰ্শন কৰে।

কামত গাফিলতি কৰা কৰ্মচাৰীক ধমক দি তেওঁ কয় যে BTC ৰ  বহু অঞ্চলত অচল হৈ থকা চিকিৎসালয় সমূহ পুনৰ কাৰ্যকৰী কৰি নিযুক্তি দিয়া হব উপযুক্ত চিকিৎসক আৰু  নাৰ্ছ।

বহু কেইখন চিকিৎসালয়ত আপাতকালীন এম্বুলেঞ্চ সেৱা নতুনকৈ সংযোজন কৰা হব  বুলি  তেওঁ প্ৰকাশ কৰে।

BTC ৰ প্ৰত্যেকটো VCDC ত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰাৰো তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

Recent News

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd