DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ভিদসৃষ্ট পৰিৱেশৰ মাজতে কোকৰাঝাৰত বিটিআৰৰ দ্বিতীয় চুক্তি দিৱস

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ by ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
January 27, 2022 11:09 am
BTR celebrates 2nd treaty day in Kokrajhar
2.9k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বড়ো সংগ্ৰামী সংগঠনৰে অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠকত বিগত ২০২০ চনৰ ২৭ জানুবাৰীত সম্পাদিত হোৱা ঐতিহাসিক বিটিআৰ চুক্তিৰ আজি দ্বিতীয় বৰ্ষপূৰ্তি৷

এই উপলক্ষে আজি কোকৰাঝাৰ চহৰৰ বড়োফা নৌগৰস্থিত বিটিচি সচিবালয়ৰ চৌহদত ৰাতিপূৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা আৰু শান্তিৰ বগা পতাকা উত্তোলণৰে শুভাৰম্ভ কৰে বিটিআৰ প্ৰমূখ প্ৰমোদ বড়োৱে৷

ইয়াৰ পূৰ্বে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে পূৱাই কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলংগাপুৰীত বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ স্মৃতিসোধত পুষ্পাৰ্ঘ ও মাল্যাৰ্পণ কৰাৰ লগতে ভাটিপাৰাত বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে৷

ইপিনে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুই কেন্দ্ৰীয় ভাৱে বিটিআৰ চুক্তিৰ দ্বিতীয় বৰ্ষ বানিজ্য মহাবিদ্যালয়ত অনুষ্টুপীয়াকৈ উদযাপন কৰে৷

এবছুই সাংগঠনিক পতাকা উত্তোলণ,শ্বহীদ বেদীত মাল্যাৰ্পণ আৰু বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিকৃতিত মাল্যাৰ্পণেৰে দ্বিতীয় বিটিআৰ চুক্তি দিৱস উদযাপন কৰে৷

অনুষ্ঠানত এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়ো সহ বহু বিশিষ্ট ব্যক্তি,জেষ্ঠ্য নাগৰিক উপস্থিত থাকে৷

Recent News

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd