• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰৰ সংঘৰ্ষকলৈ তদন্তৰ ইংগিত দিলে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে

যদি সঁচাকৈয়ে ভুৱা সংঘৰ্ষ হৈছে তেন্তে তদন্ত হওঁকঃ সাংসদ নৱ শৰণীয়া

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ by ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
September 20, 2021 7:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ জিলাৰ উল্টাপানীত অসম আৰক্ষীৰে হোৱা সংঘৰ্ষত দুজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনাক আজি পলমকৈ হলেও অতিকৈ দুখজনক বুলি দোঁহাৰিছে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই ৷

কোকৰাঝাৰ চহৰৰ বড়োফা নগৰস্থিত বিটিচি সচিবালয়ত আজি সাংবাদিকৰ আগত প্ৰমোদ বড়োই কয় ‘আমি কোনেও নিবিচাৰো কোনো এজন নিৰীহ যুৱকে মৃত্যুক আকোঁৱালি লঁওক’ ৷

Apply Now

বড়োলেণ্ডত এনে ঘটনা আজিৰ ঘটনা নহয় ৷দশক পৰা দশক ধৰি এনে ঘটনা ঘটি আছে ৷গতিকে ইয়াৰ এটা স্থায়ী সমাধান আনিব লাগিব’। কোকৰাঝাৰৰ ঘটনাকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে কথা পতা বুলিও তেওঁ জানিবলৈ দিয়ে।

বড়োই কয় যে কোনো এজন ব্যক্তিৰ ভুৱা সংঘৰ্ষ বা বিনাকাৰণত মৃত্যু হোৱাটো কোনোৱো নিবিচাৰে আৰু সহ্য নকৰে ।গতিকে এই ঘটনাৰ ওপৰতো তদন্ত হব বুলি তেওঁ ইংগিত দিয়ে৷

নিজ জনগোষ্ঠীৰ কিছুৱে সদায় অস্ত্ৰ শস্ত্ৰ লোৱাৰ কথা কয়,মানুহৰ জীৱনকলৈ হেতালি খেলি ভাল পায়, সংঘৰ্ষ অব্যাহত ৰাখিব বিচাৰে বুলিও বড়োই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

এনে পৰিবেশ থাকিলে আমাৰ শিক্ষা দীক্ষা অৰ্থনৈতিক দিশ আগুৱাই যোৱাত  সদায় কঠিন হৱ বুলি আক্ষেপ ব্যক্ত কৰে প্ৰমোদ বড়োৱে ৷

বড়োই বৰ্তমানৰ সময় অস্ত্ৰ শস্ত্ৰ লোৱাৰ নহয়, সমাজখনক আগবঢ়াই নিয়াৰহে সময় বুলি মন্তব্য কৰে৷ উল্লেখ্য যে, বিটিআৰ চীফ প্ৰমোদ বড়োই আজি সচিবালয়ত চৰকাৰৰ অংশীদাৰী গোট গণ সুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বৰে এক আলোচনাত মিলিত হয়।

বিটিআৰত বড়োৰ লগতে সকলো জাতি- জনগোষ্ঠীয়ে নিজৰ নিজৰ পৰিচয়, অস্তিত্ব বজাই ৰাখিব পাৰিব বুলি তেওঁ আশ্বাস দিয়ে ৷

আনহাতে বৈঠকত গণ সুৰক্ষা দলৰহৈ সাংসদ নৱ কুমাৰ শৰণীয়াও উপস্থিত আছিল ৷

তেওঁ কোকৰাঝাৰৰ ঘটনাকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বিনা কাৰণতে কোনো এজন যুৱকে যাতে তেজ দিব লগা নহয় আৰু এনেকুৱা ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ ভুৱা সংঘৰ্ষৰ অভিযোগ সন্দৰ্ভত সঁচাকৈ যদি তেনে হৈছে তেন্তে তদন্ত হওক বুলিও শৰণীয়াই কয়।

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd