• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ বৰপুখুৰী পাৰৰ বৌদ্ধ বিহাৰত বুদ্ধ জয়ন্তী উদযাপন

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
May 19, 2019 7:28 am
IMG-20190518-WA0005

শিৱসাগৰৰ বৌদ্ধ বিহাৰত বুদ্ধ জয়ন্তী পালন। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহাসিক শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত অৱস্থিত বৌদ্ধ বিহাৰত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে বুদ্ধ জয়ন্তী উৎসৱ উদযাপন কৰা হয়। ধৰ্মধ্বজা উত্তোলনেৰে বুদ্ধ জয়ন্তী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিৱসাগৰ বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ শ্ৰীমৎ বিক্ষোদ্ধান্দ ভিক্ষুৱে।

ইয়াৰ পাছতেই বিহাৰ চৌহদত স্বচ্চ অভিযান আৰু বৃক্ষ ৰোপণ কৰা হয়। কল্পতৰু বোধিবৃক্ষ উন্মোচন কৰে বৌদ্ধ বিহাৰৰ উপ সভাপতি ভৱেন গোঁহাই শ্যামে। ভিক্ষু বন্দনা শিল গ্ৰহণ ধৰ্মদেশনাৰ পাছত বৌদ্ধ বিহাৰৰ মহিলা সমিতিয়ে ভিক্ষু সংঘক অন্নদান কৰে।

Apply Now

বুদ্ধ জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰাৰ্থনা সভা আৰু ধৰ্মসভা খন পৰিচালনা কৰে বৌদ্ধ বিহাৰৰ সম্পাদক জগত শ্যামে। সভাত সম্পাদক গৰাকীয়ে কয়, পবিত্ৰ বহাগী পূৰ্ণিমাত গৌতম সিদ্ধাৰ্থই জন্ম লাভ কৰিছিল আৰু পৰৱৰ্তী সময়ত এই পূৰ্ণিমাতেই বোধি জ্ঞান লাভ কৰি গৌতম বুদ্ধ হৈছিল।

তদুপৰি, এই পবিত্ৰ বহাগী পূৰ্ণিমাতেই তথাগত ভগৱান বুদ্ধৰ মহা পৰিনিৰ্বাণ লাভ হৈছিল। তেতিয়াৰ পৰাই বৌদ্ধ সকলে বহাগী পূৰ্ণিমাৰ এই দিনটো অতি স্মৰণীয় আৰু পবিত্ৰ দিন হিচাপে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে বুদ্ধ জয়ন্তী হিচাপে উদযাপন কৰি আহিছে বুলি শ্যামে মন্তব্য কৰে।

ধৰ্ম সভাত বিদৰ্শন ভাৱনৰ বিষয় সন্দৰ্ভত শিশুৰোগ বিশেষজ্ঞ ডাঃ মালবিকা বৰুৱা আৰু গড়গাঁও মহাবিদ্যালয়ৰ ভূতত্ব বিভাগৰ প্ৰবক্তা চন্দ্ৰাদিত্য গগৈয়ে বক্তব্য দাঙি ধৰে। ‘বৰ্তমান সমাজ ব্যৱস্থাত বৌদ্ধ ধৰ্মৰ বাণীৰে কৰণীয়’ শীৰ্ষক আলোচনা চক্ৰত সংগীত কলা কেন্দ্ৰৰ অধ্যক্ষা লক্ষীমা ফুকনে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। বৌদ্ধ ধৰ্মই বিভিন্ন ধৰণে প্ৰভাম্বিত কৰা ব্যক্তি সকলৰ ব্যক্তিগত মতামত আগবঢ়ায় ক্ৰমে ভৱেন গোঁহাই, আইচেংফা ফুকন বৰুৱা, ড০ কল্পনা শ্যাম, জয়ৰাপাৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য অলকা বুঢ়াগোহাঁই আৰু ডাঃ সুগত শ্যামে।

অনুষ্ঠানত নাং খামথুন শ্যামে বৌদ্ধ ধৰ্মৰ কবিতা আবৃত্তি কৰাৰ লগতে লোহিত মহনে তাই গীত পৰিবেশন কৰে। সকলো শ্ৰেণীৰ ৰাইজৰ মাজত এনাজৰী শক্তিশালী কৰি বিশ্ব শান্তিৰ বাবে এই পূৰ্ণিমা তিথিত বৌদ্ধৰ চৰণত বৌদ্ধ বিহাৰৰ ভক্ত সকলে প্ৰাৰ্থণা জনায় আৰু সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতে বৌদ্ধ গীত, বৌদ্ধ বাণী আৰু বৌদ্ধ কীৰ্ত্তন পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd