• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতক যুদ্ধকালীন ক্ষিপ্ৰতাৰে চিকিৎসালয় নিৰ্মাণৰ বাবে আহ্বান জনালে মাৰ্কিন চিকিৎসা বিশেষজ্ঞই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2021 6:10 pm
2.2k
VIEWS
Share on FacebookShare on Twitter

ক’ভিড-১৯ সংক্ৰমণ ৰোধ কৰিবলৈ ভাৰতত কেইসপ্তাহমানৰ বাবে লকডাউন বলৱৎ হোৱা উচিত।

এই মন্তব্য প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেন প্ৰশাসনৰ শীৰ্ষ চিকিৎসা উপদেষ্টা তথা মহামাৰি বিশেষজ্ঞ এণ্টনি ফৌচিয়ে (Anthony Fauci)।

শুকুৰবাৰে তেওঁ কয় যে লকডাউন বলৱৎ নকৰিলে বৃহৎ ক্ষতিৰ সমুখিন হ’ব ভাৰত।

ভাৰতৰ ক’ভিড সংক্ৰমণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বিডেন প্ৰশাসনে।

বিডেন প্ৰশাসনে কয় যে সংক্ৰমণৰ দ্বিতীয় ঢৌ এতিয়াও ভাৰতত শীৰ্ষ বিন্দুত উপনীত হোৱা নাই।

শীৰ্ষ বিন্দুত উপনীত হ’লে আৰু ভয়াৱহ অৱস্থাৰ সম্মুখিন হ’ব দেশখন।

‘ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ক’ভিডৰ দ্বিতীয় ঢৌৰ পূৰ্বে ভাৰত চৰকাৰে কৰোণাভাইৰাচৰ বিৰুদ্ধে যুঁজত জয়ী হোৱা বুলি ঘোষণা কৰা কাৰ্যক সমালোচনা কৰিছে।

তেওঁ কয় যে ইয়াৰ দ্বাৰা ভাৰত চৰকাৰৰ অপৰিপক্কতাক সূচায়।

তদুপৰি ক’ভিড পৰিস্থিতিক এখন যুদ্ধৰ স’তে তুলনা কৰি ইয়াৰ স’তে মোকাবিলা কৰিবলৈ ভাৰতত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসালয় স্থাপনৰো পৰামৰ্শ দিয়ে মহামাৰি বিশেষজ্ঞজনে।

ভাৰতৰ মোদী চৰকাৰক যুদ্ধকালীন ক্ষিপ্ৰতাৰে চিকিৎসালয় নিৰ্মাণৰ আহ্বান কৰে তেওঁ।

এইক্ষেত্ৰত তেওঁ যোৱা বৰ্ষত ক’ভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে চীনে লোৱা ব্যৱস্থা সম্পৰ্কে উদাহৰণ দাঙি ধৰে।

তেওঁ কয় যে ভাৰতেও চীনৰ দৰে ব্যৱস্থা লোৱা উচিত।

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd