DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

‘বুল্লি বাই’ এপ কাণ্ডৰ মূল অভিযুক্তক জামিন আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2022 5:21 pm
Bulli Bai
121
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশতে খলকনি তোলা বিতৰ্কিত ‘বুল্লি বাই’ এপ গোচৰৰ অভিযুক্ত নিৰজ বিষ্ণৈ আৰু ‘চুলি ডিলছ’ এপ নিৰ্মাতা ওমকাৰেশ্বৰ ঠাকুৰক দিল্লীৰ এখন আদালতে মানৱীয় ভিত্তিত জামিন প্ৰদান কৰে।

আদালতে তেওঁলোকৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি বিবেচনা কৰে যে অভিযুক্তসকল প্ৰথমবাৰৰ বাবে অপৰাধী হিচাপে প্ৰমাণিত হৈছে আৰু দীৰ্ঘদিনে অব্যাহত কাৰাবাস তেওঁলোকৰ সামগ্ৰিক সুস্থতাৰ বাবে ক্ষতিকাৰক হ’ব।

অৱশ্যে, তেওঁলোকক জামিন প্ৰদান কৰোঁতে আদালতে তেওঁলোকৰ ওপৰত কঠোৰ চৰ্ত নিৰ্ধাৰণ কৰিছে।

দুয়ো অভিযুক্তই কোনো সাক্ষীক ভাবুকি দিব নোৱাৰিব আৰু গোচৰটোৰ সৈতে সম্পৰ্কিত কোনো প্ৰমাণ নষ্ট কৰিব নোৱাৰিব বুলি আদালতে চৰ্ত বান্ধি দিছে।

তেওঁলোকক যিকোনো ভুক্তভোগীৰ সৈতে যোগাযোগ কৰাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে।

শুনানিৰ নিৰ্দেশত আদালতে কয়, “অভিযুক্ত ব্যক্তিকেইজনে প্ৰমাণৰ সৈতে খেলিমেলি কৰিব নোৱাৰে। লগতে তেওঁলোকে অনুসন্ধান বিষয়াক তেওঁৰ যোগাযোগৰ বিৱৰণ প্ৰদান কৰিব, ফোন অন কৰি ৰাখিব আৰু তদন্তকাৰী বিষয়াক তেওঁৰ অৱস্থান প্ৰদান কৰিব।”

তেওঁলোকে কোনো কাৰণতে দেশ এৰিব নোৱাৰে বুলিও আদালতে সকীয়নি দিছে।

আদালতে দুয়োজন অভিযুক্তক ভৱিষ্যতে শুনানিৰ প্ৰতিটো তাৰিখতে আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

লগতে তেওঁলোকক জামিনত থাকোতে একে ধৰণৰ কোনো অপৰাধ নকৰিবলৈ সতৰ্ক কৰি দিছে আদালতে।

উল্লেখ্য অসমৰ যোৰহাট জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা নিৰজ বিষ্ণৈক বুল্লি বাই কাণ্ডৰ মূল অভিযুক্ত তথা এপটোৰ নিৰ্মাতা বুলি আৰক্ষীয়ে জানিবলৈ দিছিল।

Recent News

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd