• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰ্যটকৰ বাবে আজি পুৱা মুকলি হ’ল কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চল

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , November 6, 2019 10:22 am

1 min read

পৰ্যটকৰ বাবে আজি পুৱা মুকলি হ’ল কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চল
507
VIEWS
Share on FacebookShare on Twitter

আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰা হয়। কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ আৰু কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগে ফিটা কাটি বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰে।

এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত সঞ্চালক পি শিৱ কুমাৰৰ উপৰি ডি এফ অ’ ৰমেশ গগৈ, বিশ্ব প্ৰকৃতি নিধিৰ সমন্বয়ক ড০ প্ৰণৱ জ্যোতি বৰা, বনাঞ্চলিক বিষয়া প্ৰদীপ গোস্বামী, পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ বিষয় ববীয়াৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনৰ অনান্য বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷

বনাঞ্চলৰ উপৰিও নতুনডাংগা নামৰ গাঁওখনত বিশ্ব প্ৰকৃতিনিধি আৰু ৰাষ্ট্ৰীয় কৰ্তৃপক্ষৰ উদ্যোগত পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিয়ে আৰম্ভ কৰা কাৰ্বি জনগোষ্ঠীৰ পাৰম্পৰিক খাদ্য সম্ভাৰ কেন্দ্ৰও পৰ্যটকৰ বাবে আজি মুকলি কৰা হয়। বুঢ়াপাহাৰ বনাঞ্চললৈ অহা পৰ্যটকে এই কেন্দ্ৰত কাৰ্বি জনগোষ্ঠীৰ লগতে অনান্য পৰম্পৰাগত খাদ্যৰ জুতি ল’ব পাৰিব ৷

উল্লেখযোগ্য যে যোৱা ১২ অক্টোবৰত বিশ্বৰ পৰ্যটকৰ বাবে কাজিৰঙাৰ কহঁৰা আৰু বাগৰি বনাঞ্চলৰ জীপ ছাফাৰি ব্যৱস্থা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিছিল যদিও প্ৰতিকুল বতৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাকী বনাঞ্চলৰ লগতে হাতী ছাফাৰিও মুকলি কৰিব পৰা হোৱা নাছিল।

Recent News

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd