• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাৰ জেএমবি গোটত জড়িত আছিল বর্দ্ধমান বিস্ফোৰণত অভিযুক্ত শ্বাহনুৰ আলম: এন আই এ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2020 8:42 pm
JMB-2-1140x570

প্ৰতিনিধিত্বমূলক ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি (এন আই এ)কয় যে বৰ্দ্ধমান বিস্ফোৰণত অভিযুক্ত শ্বাহনুৰ আলম যোৱা বছৰ ডিচেম্বৰ মাহত বৰপেটা জিলাত উৎখাত কৰা জামাত-উল-মুজাহিদীন বাংলাদেশ (জে এম বি)গোটৰ আঁৰত জড়িত আছিল।

এন আই এ শুকুৰবাৰে গুৱাহাটীত এন আই এৰ বিশেষ আদালতত বৰপেটাৰ জে এণ বি গোচৰৰ প্ৰথম পৰিপূৰক চাৰ্জশ্বীট দাখিল কৰাৰ সময়ত এই তথ্য দাঙি ধৰিছে।

Apply Now

জে এম বি ভাৰত আৰু বাংলাদেশত কাৰ্যকলাপ চলাই অহা এটা নিষিদ্ধ ইছসামিক সন্ত্ৰাসবাদী সংগঠন।

চাৰ্জশ্বীটত এন আই এই  বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত হাফিজুৰ ৰহমান আৰু আজাহাৰুদ্দিন আহমেদ নামৰ দুজন অভিযুক্তৰ নাম প্ৰকাশ কৰিছে।

যোৱা বছৰ ৩০ জুলাইত বৰপেটা জিলাত অসম আৰক্ষীয়ে ৰুজু কৰা এজাহাৰৰ পাছত যোৱা বছৰৰ ২১ ডিচেম্বৰত এন আই এই গোচৰটো পুনৰ ৰুজু কৰে।

যোৱা বছৰৰ ৩০ জুলাইত বৰপেটা আৰক্ষীয়ে বৰপেটাৰ কাৰাগাৰিগাঁৱৰ বাসিন্দা হাফিজুৰ ৰহমানৰ ঘৰত এক তালাচী অভিযান চলাইছিল।

তালাচীৰ সময়ত  ৰহমানৰ গৰৰ পৰা এটা দেশীয় ৰিঙ’লভাৰ, চাৰি জাই সজীৱ গুলী আৰু জেহাদীৰ নথিপত্ৰ উদ্ধাৰ কৰিছিল।

সেইদৰে, ৰহমানৰ বিৰুদ্ধে বৰপেটা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয়।

ৰহমানৰ লগতে জে এম বিৰ প্ৰশিক্ষিত আন সদস্য য়াকুৱ আলী, ছৰিফুল ইছলাম, মুস্তাফিজুৰ ৰহমান, মহম্মদ হাফিজ ছফিকুল ইছলাম আৰু আজাহাৰুদ্দিন আহমেদকো গ্ৰেপ্তাৰ কৰা হৈছিল।

এন আই এই ইতিমধ্যে যোৱা ২৪ জানুৱাৰিত গোচৰটোৰ পাঁচজন অভিযুক্ত হাফিজুৰ ৰহমান,য়াকুৱ আলী, ছৰিফুল ইছলাম, মুস্তাফিজুৰ ৰহমান আৰু মহম্মদ হাফিজ ছফিকুল ইছলামৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছিল।

‘’তদন্তত প্ৰকাশ পাইছে যে অভিযুক্ত লোককেইজন জে এম বিৰ প্ৰশিক্ষিত সদস্য আছিল। তেওঁলোকক শ্বাহনুৰ আলম ওৰফে বৰপেটাৰ ডক্টৰ নামৰ এজন লোকে নিযুক্ত কৰিছিল। আলমক পূৰ্বে এন আই এই বৰ্দ্ধমান বিস্ফোৰণ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ২০১৪চনৰ ১০ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল,’’-এন আই এই কয়।

এজেন্সিটোৰ মতে, আলমক ইতিমধ্যে বৰ্দ্ধমান বিস্ফোৰণৰ ঘটনাত ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ ষড়যন্ত্ৰ কৰা আৰু জে এম বিৰ আন সদস্যক প্ৰশিক্ষণ দিয়াৰ অভিযোগত অভিযুক্ত কৰি আঠ বছৰৰ কাৰাদণ্ড বিহা হৈছে।

গোচৰটোৰ অভিযুক্তগৰাকীয়ে বৰপেটাৰ আলমৰ ঘৰত জে এম বিৰ সদস্যক প্ৰশিক্ষণ দিছিল আৰু কেইজনমান অভিযুক্ত পশ্চিমবংগৰ ছিমুলিয়া মাদ্ৰাছাতো প্ৰশিক্ষণ লৈছিল বুলি এন আই এই কয়।

‘’তেওঁলোকে জেএমবিৰ জেহাদী আদৰ্শ সাৰোগত কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ ষড়যন্ত্ৰ ৰচনাৰে অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিছিল,’’-এন আই এই কয়।

‘’গোচৰটোৰ পৰৱৰ্তী তদন্ত অব্যাহত আছে,’’-সংস্থাটোৱে জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd