• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চি কেন্দ্ৰৰ পৰা তথ্য পৰ্য্যবেক্ষণৰ বাবে ব্যৱহৃত লেপটপ চুৰিক লৈ নগাঁৱত চাঞ্চল্য

NE NOW NEWS ভার্গব হাজৰিকা
পুৰণিগুদাম , June 12, 2019 2:40 pm

1 min read

এন আৰ চি কেন্দ্ৰৰ পৰা তথ্য পৰ্য্যবেক্ষণৰ বাবে ব্যৱহৃত লেপটপ চুৰিক লৈ নগাঁৱত চাঞ্চল্য
1.1k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্যজুৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নতিকৰণৰ অন্তিম পৰ্য্যায়ৰ কাম চলি থকাৰ সময়তে নগাঁও চামগুৰিৰ বাজিয়াগাঁও স্থিত এন আৰ চি কেন্দ্ৰত মঙ্গলবাৰে নিশাৰ ভাগত সংঘটিত এক চুৰিকাণ্ডই অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি কৰিছে।

নিশা পৰ্য্যন্ত এন আৰ চি উন্নতিকৰণৰ কামত ব্যস্ত থকা কৰ্মচাৰীৰ মুখৰ আগৰ পৰায়ে আন্ধাৰৰ সুযোগ লৈ এগৰাকী চোৰে তথ্য পৰ্য্যবেক্ষণৰ বাবে ব্যৱহৃত লেপটপ লৈ উধাও হয়।

অৱশ্যে এন আৰ চিৰ কামত নিয়োজিত কৰণ কুমাৰ বৰাই ততাতৈয়াকৈ চামগুৰি থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ৩৪০/১৯ নম্বৰৰ এটা গোচৰ ৰুজু লগে-লগে অনুসন্ধান আৰম্ভ কৰি চামগুৰিৰ মোৱামাৰিত প্ৰায় ৬ ঘণ্টাৰ পিছত এটা পথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত চুৰি হোৱা লেপটপটো উদ্ধাৰ কৰে।

স্থানীয় একাংশ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে এখন নম্বৰ প্লেটহীন বাইকেৰে চামগুৰিৰ বৰমাৰ দিশৰ পৰা মোৱামাৰি অভিমুখে আহি থকা দুজন অচিনাকি যুৱকে লেপটপটো ৰাস্তাৰ দাঁতিত দলিয়াই থৈ যায়।

আনহাতে লেপটপটোৰ পৰা এন আৰ চি সংক্ৰান্তীয় কোনো ধৰণৰ যাৱতীয় তথ্য-পাতি চোৰৰ দলটোৱে হস্তগত বা বিশৃংখল কৰা নাই বুলি এজাহাৰকাৰি কৰ্মচাৰী জনে সংবাদ মাধ্যমৰ আগত সদৰী কৰে। ইপিনে চামগুৰি আৰক্ষীয়ে সম্প্ৰতি চুৰিকাণ্ড সংঘটিত কৰা দুৰ্বৃত্তৰ অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিবলৈ  দিয়ে।

Recent News

PRI_79370341

তাহানিতে স্বামীৰ সৈতে উঠা ছবিত নাপালে নিজকে চিনি! তাৰপিছত কি কৰিলে এইগৰাকী সন্দেহবাদী মহিলাই?

Gita Gopinath

‘নতুন কৃষি আইনে কৃষকৰ আয় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে’; IMFৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথ

Sourav-Ganguly

বুকুত প্ৰচণ্ড বিষ— পুনৰ অসুস্থ সৌৰভ গাংগুলী, চিকিৎসালয়ত ভৰ্তি

index

৪ বছৰৰ পিছত জে’লৰ পৰা মুক্তি পালে জয়াললিতাৰ এসময়ৰ ছায়াসংগী ভি কে শশীকলা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd